• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুমচাই গাওঁ পঞ্চায়তত বজাৰ গৃহ নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
September 10, 2021 3:15 pm
margherita market complex

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্র অসমতেই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো একাংশ বিষয়া -কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে।

বিভিন্ন সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈ অহা দুৰ্নীতি আৰু অনিয়মৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাই আহিছে যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় মন্ত্ৰীজনে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

ৰাজ্য চৰকাৰে  যিমানেই দুৰ্নীতি আৰু শূন্যসহণশীলতাৰ কথা নকওঁক কিয় একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিৰ মাজত দুৰ্নীতিৰ কৰাৰ মানসিকতা দিনক দিনে বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে।

এই ক্ষেত্ৰত কিন্তু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস সম্পূৰ্ণ বিফল হোৱা বুলিহে অভিযোগ উত্থাপন হৈছে। অসমৰ বিভিন্ন পঞ্চায়ত সমূহৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তটো সংঘটিত হৈ আহিছে এটাৰ পাছত আন এটা দুৰ্নীতি।

প্ৰধান মন্ত্ৰী গৃহ নিৰ্মাণ, পথ নিৰ্মাণ, বিভিন্ন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত স্বজন তোষন অথবা বজাৰ গৃহ নিৰ্মাণকে নহওক কিয়। সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে।

এনে এক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত খনৰ অন্তৰ্গত হাৱাই পথাৰ সাপ্তাহিক বজাৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত।

২০১৪ বিত্তীয় বৰ্ষৰ ৮ লাখ টকাৰ নিৰ্ধাৰিত পুঁজিৰে বজাৰখনৰ চাৰিটাকৈ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। বজাৰ গৃহ নিৰ্মাণ কমিটিৰ সভাপতি অজিত লামা আৰু ৱাৰ্ড সদস্য শিৱ চবৰ’ক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।

দুৰ্ভাগ্যজনক কথাটো হৈছে যে বজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্ধাৰিত ৮ লাখ টকা পঞ্চায়ত সচিবে মুকলি কৰি দিয়াৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতিজনো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কিয়নো যিকোনো এটা কামৰ অগ্ৰগতিৰ বিষয়ে তদাৰক নকৰাকৈ কিহৰ ভিত্তিত টকা মোকলাই দিব লগা হল সেইয়া হে এক ৰহস্যজনক বিষয় হিচাপে পৰিগণিত হৈছে।

এই ক্ষেত্ৰত পঞ্চায়ত সচিবগৰাকীৰ ভূমিকাও সন্দেহজনক। এই সমগ্র বিষয়টোৰ ওপৰত এক তদন্ত ঘোষণা কৰি দুৰ্নীতিগ্ৰস্ত ব্যক্তি সকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস’ক আহ্বান জনাইছে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd