• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জশিৰত আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতিৰ ভাতৃক হত্যা কৰিলে তালিবানে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2021 8:24 am
Taliban fighters

পঞ্জশিৰত তালিবান যোদ্ধা।

177
VIEWS
Share on FacebookShare on Twitter

পঞ্জশিৰত পলাই থকা বিদ্ৰোহী নেতা তথা আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ আজিজীক তালিবানে হত্যা কৰিছে।

শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পাইছে এই খৱৰ।

বাতৰি অনুসৰি, নিহত আজিজীৰ আত্মীয় এবাদুল্লাহ চালেহে জানিবলৈ দিয়ে যে কাবুলৰ পতনৰ পাছত পঞ্জশিৰ উপত্যকাত তালিবান বিৰোধী যুদ্ধৰ অন্যতম নেতৃত্বত আছিল আমৰুল্লাহ চালেহ।

এবাদুল্লাহে জানিবলৈ দিয়া মতে তালিবানে ৰোহুল্লাহ আজিজীক মৃত্যুদণ্ড দিছে। বৃহস্পতিবাৰে তেওঁক হত্যা কৰা হয় আৰু তেওঁলোকে মৃতদেহটো আত্মীয়ক কবৰ দিবলৈকো নিদিলে।

আনহাতে, তালিবানে দাবী কৰা মতে পঞ্জশিৰত যুদ্ধৰ সময়ত ৰোহুল্লাহ আজিজী চালেহ নিহত হৈছে। বৃহস্পতিবাৰে নিশা চালেহ আৰু তালিবান যোদ্ধাৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ সময়ত তালিবান যোদ্ধা আমৰুল্লাহ চালেহৰ গোপন ঘাটিৰ লাইব্ৰেৰীলৈকে সোমাই যায়। তাতেই ৰোহুল্লাহ চালেহ নিহত হৈছে।

জেহাদীসকলে আহমেদ মাছুদৰ এটা অস্ত্ৰাগাৰো দখল কৰা বুলি দাবী কৰে।

উল্লেখ্য যে প্ৰায় এমাহজোৰা যুদ্ধৰ অন্তত যোৱা ৬ ছেপ্টেম্বৰত তালিবানে পঞ্জশিৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল। পঞ্জশিৰ প্ৰতিৰোধ বাহিনীৰ নেতা আহমেদ মাছুদৰ বাসগৃহও দখল কৰি লোৱাৰ দাবী কৰিছিল তালিবানসকলে। আনকি ছচিয়েল মিডিয়াত সেই ছবিও ভাইৰেল হৈ পৰিছিল।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd