• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেনিছৰ নতুন চাঞ্চল্য! মাজনিশা ইতিহাস ৰচি ইউ এছ অ’পেনৰ খিতাপ জয় ব্ৰিটিছ তৰুণী এমা ৰাডুকানুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 10:18 am
emw ranucadu

টেনিছৰ নতুন চাঞ্চল্য এমা ৰাডুকানু।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউ এছ অ’পেনত দুগৰাকী তৰুণীৰ মাজত হোৱা ফাইনেলত মাজনিশা ইতিহাস ৰচি খিতাপ জয় কৰিলে ১৮ বছৰীয়া ব্ৰিটিছ তৰুণী এমা ৰাডুকানুৱে।

দৰ্শকৰ চকু নিৱদ্ধ ফ্লাছিং মিডোৰ ফাইনেল খেলখনত কানাডাৰ লেইলা ফাৰ্ণাণ্ডেজক ষ্টেইট ছেটত পৰাজিত কৰি ঐতিহাসিক বিজয় সাৱ্যস্ত কৰে এমা ৰাডুকানুৱে।

Apply Now

যুক্তৰাষ্ট্ৰ অ’পেনৰ পূৰ্বে চলিত বছৰতে উইম্বলডনত প্ৰথমবাৰ গ্ৰেণ্ডশ্লামত ভূমুকি মাৰিছিল এমাই। ঘাঁহৰ কোৰ্টত আৰম্ভণি ভালেই ঘটাইছিল যদিও চতুৰ্থ ৰাউণ্ডত শ্বাসকষ্টৰ সমস্যাৰ বাবে দুৰ্ভাগ্যজনকভাৱে আঁতৰি যাবলগীয়া হৈছিল ব্ৰিটিছ তৰুণীগৰাকী।

কিন্তু দুমাহ পাছতেই দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ইউ এছ অ’পেনৰ খিতাপ জয় কৰি এইদৰে চমক সৃষ্টি কৰাৰ বিষয়ে হয়তো কোনেও চিন্তাই কৰিব পৰা নাছিল।

মাত্ৰ তিনি বছৰ পূৰ্বে উইম্বলডন জুনিয়ৰৰ দ্বিতীয় ৰাউণ্ডত মুখামুখি হৈছিল এমা আৰু লেইলা। সেইখন মেচৰ দৰেই নিজৰ প্ৰথম গ্ৰেণ্ডশ্লামৰ স্বপ্নৰে কোৰ্টত নমা দুই তৰুণীৰ যুঁজতো কালি শেষ হাঁহি মাৰিলে এমাই।

লেইলাৰ বিৰুদ্ধে এমাই ৬-৪, ৬-৩ৰ পোনপোটীয়া ব্যৱধানত বিজয় সাৱ্যস্ত কৰে।

টুৰ্মামেন্টখনত নিজৰ আধিপত্যৰ ধাৰা অব্যাহত ৰাখি এটাও ছেট নেহেৰুৱাকৈ ফ্লাছিং মিডোত নিজৰ দহ নম্বৰ মেচ জিকি খিতাপ অৰ্জন কৰে এমাই।

আৰম্ভণিতে ইউ এছ অ’পেনৰ ১৫০ নম্বৰ মহিলা ছিংগল টেনিছ তাৰকা হিচাপে কোৰ্টত নমা এমাই নিজৰ প্ৰথম গ্ৰেণ্ডশ্লাম জয় কৰি ২৩ নম্বৰ টেনিছ তাৰকা হিচাপে কোৰ্ট এৰিলে।

স্বাভাৱিকতে এতিয়া মহিলা টেনিছৰ নতুন চাঞ্চল্য হিচাপে চৰ্চা লাভ কৰাৰ পথত এমা ৰাডুকানু।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd