• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ৰাষ্ট্ৰীয় লোক আদালত, ১১০ টা বিচাৰাধীন গোচৰ নিস্পত্তি

প্রণৱ কুমাৰ ডেকা by প্রণৱ কুমাৰ ডেকা
September 12, 2021 5:05 pm
boo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰণৰ নিৰ্দ্দেশত  দেশৰ বিভিন্ন জিলাৰ লগতে বঙাইগাঁও জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়।

উল্লেখ্য যে ক’ভিড ১৯ পৰিস্থিতিৰ কাৰণে দেশৰ বিভিন্ন আদালতত বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন অবস্থাত থকাৰ লগতে ক্ৰমাৎ গোচৰৰ সংখ্যা বৃদ্ধি হৈ থকাত উক্ত সমস্যাৰ ওপৰত গুৰুত্ব দি মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰণে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে গোচৰ নিস্পত্তিৰ বাবে গুৰুত্বাৰোপ কৰিছে ।

Apply Now

ইপিনে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰণৰ নিৰ্দ্দেশত এইবাৰ পূৰ্বৰ প্ৰথা ভাঙি লোক আদালত অনুষ্ঠিত হোৱাৰ পূৰ্বে লোক আদালতৰ বৈঠক (‘Pre Lok Adalat Concialation sitting’) ৰ ব্যবস্থা কৰা হয় । এই  ব্যবস্থাৰ মাধ্যমত ২০ -২৫ দিন আগৰে পৰা জিলা খনৰ প্ৰতিটো আদালতে নিজৰ নিজৰ বিছাৰাধীন গোচৰ সমূহৰ উভয় পক্ষক মাতি আনি সমন্বয়ক (Concialator)  ৰ সহযোগত আপোচ মীমাংসাৰ আলাপ- আলোচনা কৰি আহিছে আৰু প্ৰয়োজন সাপেক্ষে একাধিক বাৰ আলোচনা বৈঠক সম্পন্ন হৈছে।

প্ৰতিটো আদালতৰ লগত সমন্বয়কৰ বাহিৰেও এজনকৈ অৰ্ধ আইনী স্বেচ্ছাসেৱক ( Pra Legal Volunteer (PLV) নিযুক্ত কৰা হৈছিল, যি সকলে উভয় পক্ষৰ ঘৰত গৈ লোক আদালতৰ সুবিধা আৰু মীমাংসাৰ প্ৰক্ৰিয়া সম্পর্কে উভয় পক্ষক অৱগত কৰে।

এইবাৰৰ লোক আদালতত বঙাইগাঁও জিলাৰ সদৰ আদালত আৰু অভয়াপুৰী মহকুমা আদালতৰ মুঠ ৯ খন আদালতে নিজৰ নিজৰ আদালতৰ মুঠ ৩২৭ টা গোচৰ নিস্পত্তিৰ কাৰণে হাতত লৈছিল।

তাৰ মাজতে মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ, চেক বাউন্সজনিত অপৰাধ গোচৰ, আইনত মীমাংসা হ’ব পৰা অপৰাধজনিত গোচৰ, গাৰ্হস্থ্য হিংসা তথা খৰাকি জনিত গোচৰ অন্তর্ভুক্ত কৰা হৈছিল ৷

লগতে বিছাৰাধীন গোচৰৰ বাহিৰেও মুঠ ১০৮৩ টা ভৱিষ্যতে দাখিল হোৱাৰ সম্ভাৱনা থকা  গোচৰ নিস্পত্তিৰ কাৰণে হাতত লোৱা হৈছিল। তাৰ মাজত বিভিন্ন বেংকৰ ২৭টা শাখাই অংশগ্রহণ কৰিছে।

বেংকৰ বাহিৰেও বিএচএনএল,  আৰু এপিডিচিএল ( এএচইবি) য়ে নিজৰ বকেয়া মাচুল আদায়ৰ কাৰণে লোক আদালতত অংশগ্রহণ কৰে ৷

উল্লেখ্য যে কোনো জ্যেষ্ঠ নাগৰিক অথবা অসুস্থ ব্যক্তি যদি কোনো গোচৰৰ পক্ষ হয়, তেন্তে জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা এখন বাহনৰ সুবিধা প্ৰদান কৰি সেই ব্যক্তিক আদালতত লৈ অনাৰ ব্যবস্থা কৰে, যাতে কোনো পক্ষৰ অসুবিধাৰ কাৰণে গোচৰ নিস্পত্তিত বাধা নহয়। বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰণৰ উক্ত পদক্ষেপৰ ফলস্বৰূপে শনিবাৰে এদিনতে ১১০টা বিচাৰাধীন গোচৰ নিস্পত্তিত সফল হৈছে ।

লগতে এদিনতে ৯৭টা প্ৰিলিটিগেশ্বন (Prelitigation) গোচৰ নিস্পত্তি কৰিবলৈ সমৰ্থ হৈছে ৷ তাৰোপৰি  সকলো ধৰণৰ গোচৰত পুনৰ উদ্ধাৰ নিস্পত্তি পৰিমাণ হিচাপে সৰ্বমুঠ ৩,২৮,৪৮,৪০০ টকা পোৱা গৈছে।

ইপিনে  ৰাষ্ট্ৰীয় লোক আদালতত সৰ্বতপ্ৰকাৰে সকলোৱে সহযোগ আগবঢ়োৱাত আৰু সাফল্য মণ্ডিত কৰাৰ বাবে বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰণৰ তৰফৰ পৰা সকলো ন্যায়িক বিষয়া, সমন্বয়ক,অৰ্দ্ধ আইনী সেচ্ছাসেৱক, স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰসাশন, জনসংযোগ বিভাগ, সৰ্বসাধাৰণ ৰাইজ আৰু সংবাদ মাধ্যমৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

প্রণৱ কুমাৰ ডেকা

প্রণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd