• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনা; মাজুলীত উদ্ধাৰ নিখোজ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2021 12:38 pm
WhatsApp Image 2021-09-14 at 12.30.04 PM
415
VIEWS
Share on FacebookShare on Twitter

যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাটোত নিখোজ হৈ থকা মাজুলীৰ এগৰাকী চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।

মঙলবাৰে মাজুলীত উদ্ধাৰ হৈছে ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। ক’লা ছাৰ্ট পৰিহিত চিকিৎসকগৰাকীৰ মৃতদেহটো তেওঁৰ হাতত থকা এটা টাটুৰ পৰা চিনাক্ত কৰা বুলি জানিব পৰা গৈছে।

ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

মাজুলী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পাছতে চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

যোৰহাটৰ বৰিগাঁৱৰ বাসিন্দা ডাঃ বিক্ৰমজিৎ বৰুৱা মাজুলীৰ গৰমূড় চিভিল হাস্পাতালত এগৰাকী ইএনটি স্পেছিয়েলিষ্ট হিচাপে কৰ্মৰত আছিল। সকলো সময়তো আনক সহায়ৰ বাবে আগ্ৰহী সৰবৰহী ডাঃ বিক্ৰমিজৎ বৰুৱাৰ পত্নী ডাঃ অৰুনিমা বৰা আৰু তেওঁৰ দুগৰাকী সন্তানৰ লগতে তেওঁৰ পিতৃও আছে।

উল্লেখ যে যোৱা ১১ ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ তাপুত তথা “ভাচা তাপো”ত ফেৰী দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পাছত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা ইন্দ্ৰেশ্বৰ বৰাই পত্নীৰ লগতে আন বহুকেইজন লোকৰ জীৱন ৰক্ষা কৰিছিল যদিও আনৰ জীৱন ৰক্ষা কৰা মানৱতাৰ দূত ইন্দ্ৰেশ্বৰ বৰা নিজে লুইতৰ বুকুত হেৰাই গৈছিল।

আনহাতে, ঘটনা সংঘটি হোৱাৰ পাছত আহত মাজুলীৰ এগৰাকী অধ্যাপিকা পৰিমিতা দাসৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হৈছিল।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd