• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা(পি ডি) ৰ তিনি সদস্যৰ আত্মসমৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2021 4:53 pm
Tripura NLFT
140
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত নিষিদ্ধ ঘোষিত নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি)ৰ পৰিমল দেৱবৰ্মা গোটৰ তিনিজন সদস্যই বুধবাৰে বাংলাদেশ শিবিৰৰ পৰা পলাই আহি ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰে।
আত্ম সমৰ্পণৰ সময়ত উগ্ৰপন্থী কেইজনৰ পৰা এটা .২২ কেলিবাৰ পিষ্টল সহ চাৰি-পাঁচ ৰাউণ্ডৰ গুলি আৰক্ষীয়ে উদ্ধাৰ কৰে।

আত্ম সমৰ্পণকাৰী উগ্ৰপন্থী কেইজন ক্ৰমে – অলীন্দ্ৰ ৰিয়াং(২৫) উৰফে বেচিং আৰু ছুজিৎফা, অনিদা ৰিয়াং(৩৬) উৰফে য়াফুং আৰু মনতাজয়ী, আৰু ড্ৰা কুমাৰ ৰিয়াং(৩০) উৰফে দুনিয়া আৰু মিলিকা।

উল্লেখযোগ্য যে তিনিওজনে অন্যান্য চৰমপন্থী সকলৰ সৈতে ২০১৯ চনত এন.এল.এফ.টিৰ পৰিমল দেৱবৰ্মাৰ বাংলাদেশ শিবিৰত যোগদান কৰে বুলি প্ৰাৰম্ভিক অনুসন্ধানত ফাদিল হয়।
তেওঁলোকে উপলব্ধি কৰে যে তেওঁলোক ‘স্বতন্ত্ৰ ত্ৰিপুৰা’ৰ নামত প্ৰতাৰিত হৈ বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল ।

ঘৰৰ পৰা বাহিৰত থকা সময়ছোৱাত তেওঁলোকে শাৰীৰিক মানসিক যন্ত্ৰনা সহন কৰিছিল বুলি তেওঁলোকে জানিবলৈ দিছে।সম্প্ৰতি এন.এল.এফ.টিৰ পৰিমল দেৱবৰ্মা গোটে গভীৰ অৰ্থনৈতিক আৰু সাংগঠনিক বিপৰ্যয়ৰ মুখামুখি হৈছে।
আনহাতে বুধবাৰে ত্ৰিপুৰা আৰক্ষীয়ে প‌্ৰেচ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে যে ত্ৰিপুৰা আৰক্ষীৰ দ্বাৰা পৰিকল্পিত আৰু সংগঠিত প্ৰচেষ্টাৰে সমাজৰ মূল সূঁতি ৰ সৈতে সংযুক্ত হ’বলৈ তেওঁলোকক অনুপ্ৰাণিত কৰি অহা হৈছে।
উল্লেখযোগ্য যে, ১২ মাৰ্চ ২০১২ তাৰিখে এই নিষিদ্ধ সংগঠনটোৰ নেতা পৰিমল দেৱবৰ্মাক মিজোৰামৰ আইজল আৰক্ষীয়ে আটক কৰিছিল । পিছত ১৪ মাৰ্চ ২০২১ তাৰিখে দেৱবৰ্মাক আগৰতলা লৈ স্থানান্তৰিত কৰা হয়।

Recent News

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd