• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শ্ৰীমন্ত শংকৰদেৱ -দ্য পলিমেথ ফ্ৰম ইণ্ডিয়া’ শীৰ্ষক অনলাইন বক্তৃতাৰ বাবে আমেৰিকাৰ ৰাটগাৰ্চ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ ড°সঞ্জীৱ কুমাৰ বৰকাকতিক

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
September 18, 2021 2:11 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাটগাৰ্চ বিশ্ববিদ্যালয়ে অহা ২৮ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে ।

বিশ্ববিদ্যালয় খনৰ দক্ষিণ এছিয়া অধ্যয়ন পাঠ্যক্ৰমৰ অন্তৰ্গত এই অনুষ্ঠানটোত বক্তৃতা দিবলৈ আমন্ত্ৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বিগত তিনি দশক ধৰি নিৰৱচ্ছিন্নভাৱে গৱেষণা কৰি থকা ড° সঞ্জীৱ কুমাৰ বৰকাকতি ।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰত থকা প্ৰৱাসী অসমীয়া সকলৰ অনুষ্ঠান ‘নামঘৰ এছ’ছিয়েশ্যন অব আমেৰিকাই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছে ।

২৮ছেপ্টেম্বৰৰ সন্ধিয়া৯-৩০ বজাৰ পৰা ১০-৩০ বজালৈ বক্তৃতাটো অনুস্থিত হব ।

ৰাটগাৰ্চ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জুলিয়া ষ্টিফেনচে  আদৰণি ভাষণ দিব ।

বিশ্ববিদ্যালয় খনত গৱেষণাৰত ছাত্ৰ -ছাত্ৰী সকলৰ উপৰিও অধ্যাপক অধ্যাপিকাসকলেও ইয়াত অংশগ্ৰহণ কৰিব ।

ড° বৰকাকতিয়ে বক্তৃতাৰ অন্তত তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব  । জানিব পৰা মতে ড° বৰকাকতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা সম্পৰ্কে এটি আভাস তেওঁৰ বক্তৃতাত দিব । সেইবাবে বক্তৃতাটোৰ নাম ‘শ্ৰীমন্ত শংকৰদেৱ-দ্য পলিমেথ ফ্ৰম ইণ্ডিয়া ‘ৰখা হৈছে ।

ইতিমধ্যে শ্ৰোতা দৰ্শকক পঞ্জীয়ন কৰিবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা  তেওঁলোকৰ ৱেবচাইটত লিংক দিয়া হৈছে ।  ইয়াৰ পূৰ্বতে ড° বৰকাকতিয়ে ২০১৯ চনত কলম্বোত কেলানিয়া বিশ্ববিদ্যালয়ত অসমৰ সত্ৰ সমূহৰ বিষয়ে এক বক্তৃতা দিছিল ।

২০২০ চনত তেওঁ ‘নামঘৰ এছ’ছিয়েশ্যন অব আমেৰিকাৰ’ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে এটি অনলাইন বক্তৃতা দিছিল ।

প্ৰায় তিনিকুৰি গ্ৰন্থৰ প্ৰণেতা ড° বৰকাকতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃতি সম্পৰ্কে ইতিমধ্যেই ৪১ খন গ্ৰন্থ প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে তাৰ ভিতৰত আধা খিনিয়ে ইংৰাজী ভাষাত ৰচিত ।

বিদেশৰ অনেক বিশ্ববিদ্যালয়ে তেওঁৰ এই গ্ৰন্থসমূহ  সংৰক্ষণ কৰিছে ।

এনে বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অক্সফৰ্ড, কেম্ব্ৰিজ, চিকাগো, ষ্টনফৰ্ড, মিচিগান, টৰ’ন্ট, হাইছেলবাৰ্গ, কলম্বিয়া, ৱাচিংটন আদি বিশ্ববিদ্যালয় অন্যতম ।

উল্লেখযোগ্য যে ছচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ নামত আন্তৰ্জাতিক সংস্থাটোৰ সভাপতি ড°বৰকাকতিয়ে ইন্টাৰনেটৰ মাধ্যমেৰে শ্ৰীমন্ত শংকৰদেৱৰ কৃতি সমূহ প্ৰচাৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।

বিগত দহ বছৰ ধৰি তেওঁ কেইবাটাও ৱেবচাইট সৃষ্টি আৰু পৰিচালনা কৰিছে ।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd