• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম; প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক’লে বিধায়ক পদ্ম হাজৰিকাই?

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 18, 2021 2:33 pm
MLA Padma Hazarika reacted

ফটো: নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ডত নতুনকৈ গঠন হোৱা ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড (ইউ এল বি) নামৰ নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই।

তেওঁ এনেকৈ সংগঠনবোৰ জন্ম হৈ থাকিলে চৰকাৰে চিন্তা নকৰে বুলি উল্লেখ কৰি তেওঁলোকক আলোচনাৰ মাধ্যমৰে সমস্যা সমাধান কৰা আহ্বান জনায়। হাতত অস্ত্ৰ লৈ কেতিয়াও সমস্যাৰ সমাধান নহয় বুলি কয় হাজৰিকাই।

বিধায়কগৰাকীয়ে কয়, ‘’চৰকাৰী যন্ত্ৰৰ ওচৰত কোনো উগ্ৰপন্থী সংগঠনে এনে ধৰণৰ চেলেঞ্জ কৰাটো উচিত নহয়। তেওঁলোকে কি কাৰণে এনে ধৰণৰ চেলেঞ্জ কাম কৰিব লৈছে নাজানো।কাৰণ আমাৰ চৰকাৰে তেওঁলোকৰ সমস্যা সমূহ গুৰুত্বসহকাৰে লৈ আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সনমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে।‘’

Apply Now

হাজৰিকাই লগতে কয়, ‘’কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা সুন্দৰ শান্তিৰ পৰিবেশ এইখন অসমত হৈছে। এখন দেশৰ শাসন যন্ত্ৰ আমাৰ সামৰিক বাহিনী, অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষী বাহিনীক চেলেঞ্জ কৰাটো কেতিয়াও উচিত নহয়।‘’

Latest News:মোদীৰ উপহাৰৰ ই-নিলামত নীৰজৰ জেভলিনক অতিক্রমি লাভলিনাৰ গ্ল’ভছৰ দাম উঠিল ১.৯কোটি

সেয়েহে, বিধায়ক পদ্ম হাজৰিকাই আহ্বান জনাই কয় যে তেওঁলোকে এই চিন্তাৰ পৰা আঁতৰি আহি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ সমস্যাসমূহ অৱগত কৰক আৰু তেওঁলোকৰ সমস্যাসমূহ নিশ্চিতভাবে আন্তৰিকতাৰে সমাধান কৰাৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব।

ইয়াৰ লগতে বিধায়কগৰাকীয়ে কয়, ‘’সংগঠনৰ জন্ম হৈয়ে থাকিব কিন্তু চাব লাগিব তেওঁলোকৰ গণভিত্তি কিমান, জনসাধাৰণৰ সমৰ্থন আছেনে নে নাই সেইটোহে আচল কথা। এনে সংগঠন কিছুমানৰ জন্ম হৈ থাকিলে আমিও বৰ চিন্তা কৰি নাথাকো।‘’

বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সাৰক লৈ যি এক দীৰ্ঘদিনীয়া সমস্যা হৈছিল সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আজি বিশ্বনাথ নগৰত এক সুলভ মূল্যৰ ৰাসায়নিক সাৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত হৈ এই দৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

Tags: MLA Padma Hazarika reacted
কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd