• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহ পঞ্জীয়নৰ নতুন বিধেয়ক, বৈধতা পাব বাল্য বিবাহে !

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2021 7:50 pm
Rajasthan New Bill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানে বাল্য বিবাহকে ধৰি বিবাহৰ বাধ্যতামূলক পঞ্জীয়নৰ ওপৰত এখন আইন সংশোধন কৰাৰ বাবে এখন বিধেয়ক গৃহীত কৰিছে।

নতুন বিধেয়ক গৃহীত হোৱাৰ পিছত এতিয়া ৰাজস্থানত বাল্য বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া হ’ব বুলি অভিযোগ কৰি বিৰোধীয়ে বিধানসভাৰ পৰা ওলাই যায় ।

উল্লেখ্য যে, ৰাজস্থান বিধানসভাই শুকুৰবাৰে বিবাহৰ বাধ্যতামূলক পঞ্জীয়নৰ ওপৰত ২০০৯ চনৰ এখন আইন ধ্বনি ভোটৰ জৰিয়তে বাধ্যতামূলক বিবাহ পঞ্জীয়ন (সংশোধনী) বিধেয়ক,২০২১ নামেৰে এখন সংশোধনী আইন গৃহীত কৰে।

Apply Now

বিধেয়কখনে বাল্য বিবাহক ইয়াৰ পৰিধিৰ অধীনলৈ আনিছে, য’ত কোৱা হৈছে যে ২১ বছৰ সম্পূৰ্ণ নকৰা দৰা আৰু ১৮ বছৰ বয়স সম্পূৰ্ণ নকৰা কইনাৰ মাজত বিবাহৰ ৩০ দিনৰ ভিতৰত পিতৃ-মাতৃ বা অভিভাৱকে পঞ্জীয়ন কৰিব পাৰে, বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী শান্তি কুমাৰ ধাৰৱালে কয়।

বিৰোধী বিজেপিয়ে দাবী কৰিছে যে নতুন আইনখনে বাল্য বিবাহক বৈধতা প্ৰদান কৰিব। বিধেয়ক খনৰ বিৰোধিতাৰে বিজেপি বিধায়কসকলে সদন ত্যাগ কৰে।
বিজেপিয়ে বাল্য বিবাহ পঞ্জীয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিধেয়কখন প্ৰত্যাহাৰৰ দাবী জনাইছিল। অৱশ্যে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত বিধেয়কখন অনা হৈছে।

“যদি এই বিধেয়কখন গৃহীত হয় তেন্তে এইটো বিধানসভাৰ বাবে এটা ক’লা দিন হ’ব। বিধানসভাই বাল্য বিবাহৰ দৰে কু প্ৰথা এটাক বৈধতা প্ৰদান কৰিবলৈ অনুমতি দিয়ে নেকি? বিধেয়কখনে বিধানসভাৰ ইতিহাসত এক ক’লা অধ্যায় লিখিব” বিজেপি বিধায়ক অশোক লাহোটিয়ে এইদৰে কয়।

আনহাতে ৰাজ্যখনৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ধাৰিৱালে বিধানসভাত কয়, “বিধেয়কখনে বাল্য বিবাহ বৈধ বুলি কোৱা নাই। বিধেয়কখনত কোৱা হৈছে যে বিবাহৰ পিছত, কেৱল পঞ্জীয়নপ্ৰয়োজন। ইয়াৰ অৰ্থ এইটো নহয় যে বাল্য বিবাহ বৈধ। যদি জিলা উপায়ুক্তই বিচাৰে, তেন্তে বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।”

এই সংশোধনীটো কেন্দ্ৰীয় আইনৰ বিৰোধিতা নহয়। উচ্চতম ন্যায়ালয়েও ৰায় দিছে যে বিবাহৰ বাধ্যতামূলক পঞ্জীয়ন হ’ব লাগে। সেয়েহে বিধেয়কখনত বাল্য বিবাহ অন্তৰ্ভুক্ত আছে,” ধাৰিৱালে কয়।

তেওঁ লগতে উল্লেখ কৰে যে, এই সংশোধনীয়ে বাল্য বিবাহ বৈধ হ’ব বুলি অনুমোদন দিয়া নাই। বিবাহৰ প্ৰমাণপত্ৰ হৈছে এক আইনী দস্তাবেজ, যাৰ অনুপস্থিতিত এগৰাকী বিধৱাই কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে।

ইয়াৰ পূৰ্বে, সদনে ধ্বনি ভোটৰ দ্বাৰা বিধেয়কখন প্ৰচাৰ কৰাৰ যি প্ৰস্তাৱ বিৰোধী সদস্যসকলে দাঙি ধৰিছিল, সেই প্ৰস্তাৱ নাকচ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd