• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২ এপ্ৰিলৰ পৰা মাজুলীত এন আৰ চিৰ গাঁও পঞ্চায়ত সচিবৰ প্ৰমাণপত্ৰৰ পৰীক্ষণ আৰম্ভ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 1, 2018 10:47 pm
87
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ আন অংশৰ লগতে মাজুলী জিলাটো ২এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ  প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ নথি পৰীক্ষণ কাৰ্য  আৰম্ভ হ’ব ।

ইতিমধ্যে বিবাহিত মহিলাৰ ক্ষেত্ৰত ‘লিগেচী ব্যক্তি’ৰে পাৰিবাৰিক যোগসূত্ৰ স্থাপনৰ বাবে দাখিল কৰা পঞ্চায়ত সচিবৰ প্ৰমাণ পত্ৰ সমূহৰ বিশেষ সত্যতা পৰীক্ষণ পৰ্ব সোমবাৰৰ পৰা অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কৰ কাৰ্যালয়ে।

গাঁও পঞ্চায়তৰ সচিবে দিয়া এনে প্ৰমাণপত্ৰৰ বিশেষ পৰীক্ষণৰ বাবে শুনানি গ্ৰহণ কৰিবলৈ জিলাখনৰ দুয়োটা উন্নয়ন খণ্ড এলেকাৰ বাবে দুটা পৃথক শুনানি কেন্দ্ৰ স্থাপন কৰা হৈছে।

যিসকল বিবাহিত মহিলাই পঞ্চায়ত সচিবৰ নথিৰে সৈতে এন আৰ চিত নামভৰ্তিৰ বাবে আবেদন জনাইছে তেওঁলোকক নিৰ্দিষ্ট পঞ্চায়ত ভিত্তিক শুনানিৰ বাবে মাজুলী আৰু উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা উক্ত শুনানি কেন্দ্ৰ দুটাত প্ৰত্যেক দিনাই আমন্ত্ৰণ কৰা হ’ব।

এই গুৰুত্বপূৰ্ণ নথি পৰীক্ষণ পৰ্বৰ পূৰ্বে আজি গড়মূৰত অৱস্থিত উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে এখন আলোচনা সভাত মিলিত হয় মাজুলীৰ উপায়ুক্ত তথা নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত নৰেন দাস আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা। সভাত বিজেপি, অগপ, গণশক্তি, কংগ্ৰেছ, চি পি আই কে ধৰি কেইবাটাও দল আৰু আছু, আক্ৰাছু, টি এম পি আদি ভালেকেইটা ছাত্ৰ সংগঠন তথা সামাজিক সংস্থাৰ প্ৰতিনিধি উপস্থিত আছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd