• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“গৌৰী লঙ্কেশ হত্যাকাণ্ডৰ অভিযোগপত্ৰ বাতিল কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ আদেশৰ কিছু অংশ আঁতৰাই ৰাখিবলৈ আগ্ৰহী”- উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 24, 2021 4:03 pm
Gauri Lankesh murder
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে “অনিশ্চিত” ৰূপে ইংগিত বহন কৰিছিল যে কৰ্ণাটক সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইনৰ (KCOCA) ধাৰাৰ অধীনত কথিত অপৰাধৰ বাবে সাংবাদিক গৌৰী লঙ্কেশৰ হত্যাকাণ্ডত জড়িত থকা এজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ বাতিল কৰা উচ্চ ন্যায়ালয়ৰ আদেশৰ এটা অংশ প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, সাংবাদিক গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা বাংগালুৰুৰ ৰাজৰাজেশ্বৰী নগৰত তেওঁৰ ঘৰৰ সমীপৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল।

ন্যায়াধীশ এ এম খানউইলকাৰৰ নেতৃত্বাধীন এখন বিচাৰপীঠে অভিযুক্তৰ হৈ উপস্থিত থকা অধিবক্তাজনক কৈছিল যে তেওঁক যি দিয়া হৈছে সেয়া “বোনাচ” কিয়নো কৰ্ণাটক উচ্চ ন্যায়ালয়েও কেচিওচিএৰ অধীনত কথিত অপৰাধৰ বাবে তেওঁৰ বিৰুদ্ধে থকা অভিযোগপত্ৰখন বাতিল কৰিছে।

Apply Now

মোহন নায়কৰ বিৰুদ্ধে তদন্তৰ বাবে KCOCA ব্যৱস্থা প্ৰয়োগ কৰাৰ বাবে অনুমোদন প্ৰদান কৰা আৰক্ষী কৰ্তৃপক্ষৰ ১৪ আগষ্ট, ২০১৮ৰ আদেশক উচ্চ ন্যায়ালয়ে এই বছৰৰ ২২ এপ্ৰিলত প্ৰত্যাহাৰ কৰে আৰু নিহত সাংবাদিক গৰাকীৰ ভগ্নী কবিতা লঙ্কেশে উচ্চ ন্যায়ালয়ৰ এই আদেশক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই ভাষ্য প্ৰদান কৰে।

ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু চি টি ৰবিকুমাৰক লৈ গঠিত বিচাৰপীঠে মোহন নায়কৰ হৈ উপস্থিত হোৱা পৰামৰ্শদাতা সকলৰ আগত সদৰি কৰে যে “অমি আদেশটোৰ শেষাংশ বাতিল কৰিবলৈ আগ্ৰহী বুলি অনিশ্চিত (অস্থায়ী) ভাবে ইংগিত দিছোঁ। উচ্চ ন্যায়ালয়ে প্ৰদান কৰা পূৰ্বৰ অনুমোদনৰ ভিত্তিত আমি অনুসন্ধান চলায় থাকিলেও মোহন নায়ক সেই হত্যাকাণ্ডৰ সদস্য হয় নে নহয়, এই তথ্যৰ ওপৰত তদন্ত কৰিবলৈ আৰু এই সন্দৰ্ভত সংগ্ৰহৃত তথ্য সমূহ একত্ৰিত কৰাৰ পিছত অভিযোগনামা দাখিল কৰাত তদন্তকৰী সংস্থাক বাধা দিব নোৱাৰে।”

অভিযুক্তৰ বিৰুদ্ধে কোনো আগতীয়া অপৰাধ পঞ্জীয়ন নোহোৱাকৈ কৰ্তৃপক্ষই কেনেকৈ কেচিঅ’চিএ প্ৰয়োগৰ অনুমোদন প্ৰদান কৰিছিল আৰু সংগঠিত অপৰাধ চিণ্ডিকেটৰ সদস্য হিচাপে তেওঁক কেনেকৈ সমৰ্থন কৰিব পাৰি এই সন্দৰ্ভত ৰাজ্যৰ হৈ উপস্থিত থকা পৰামৰ্শদাতাক উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে।

ৰাজ্যিক পৰামৰ্শদাতাই কয় যে ভাৰতীয় দণ্ডবিধি আইন আৰু অস্ত্ৰ অধিনিয়মৰ আধাৰত প্ৰাৰ্থমিক অভিযোগনামা দাখিল কৰা হৈছিল আৰু সেয়ে তদন্তৰ সময়ত তদন্ত কাৰি বিষয়াই অভিযুক্তক এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সাক্ষ্য লাভ কৰাৰ পিছত অনুমোদন বিচৰিছিল।

বিচাৰপীঠে নীৰিক্ষণ কৰে যে, “তদন্তৰ পিছতহে এই অভিযোগনামাৰ তথ্যসূত্ৰসমূহ লাভ কৰা হৈছিল। সেই পৰ্যায়ত এই নিৰ্দিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে কোনো অপৰাধৰ অভিযোগ পঞ্জীয়ন নকৰাকৈ আপোনালোকে কেনেকৈ এটা সংগঠিত অপৰাধীচক্ৰৰ সদস্য হিচাপে গণ্য কৰিব পাৰে তাৰোপৰি কিছুমান তথ্য নাই যি অগ্ৰিম অনুমোদনৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগে।

লগতে পঢ়ক: ‘মহিলাৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি’- উচ্চতম ন্যায়ালয়; এন ডি এ পৰীক্ষা স্থগিত ৰখাৰ কেন্দ্ৰৰ আবেদন নাকচ

এই বাদানুবাদৰ সময়ত অভিযুক্তৰ পক্ষৰ অধিবক্তায় কয় যে যদি অভিযুক্তৰ যুক্তি মানিবলৈ হ’লে যিকোনো ব্যক্তিকে অপৰাধী চক্ৰৰ সদস্য বুলি গণ্য কৰিব পাৰি। যেতিয়া অধিবক্তায় আইন খন কঠোৰ বুলি অভিহিত কৰে তেতিয়া বিচাৰপীঠে কয় যে আইনখনৰ বৈধতা বাহাল থকালৈকে কিদৰে আইন খন কঠোৰ বুলি অভিহিত কৰিব পাৰে? এই আইন খনৰ নিজস্ব উদ্দেশ্য আছে বুলিয়ো বিচাৰপীঠে মন্তব্য আগবঢ়ায়। আইনখনৰ অপব্যৱহাৰৰ কৰা হৈছে সেইকাৰণে তেওঁলোক আদালতৰ দ্বাৰস্থ হৈছে বুলি অধিবক্তা সকলে মন্তব্য কৰে।

বিচাৰপীঠে তথ্যৰ অগ্ৰিম অনুমোদনৰ দিশটোৰ ওপৰত মন্তব্য কৰি কয় যে অভিযুক্তৰ বাবে তেওঁৰ অধিবক্তাৰ যুক্তি সঠিক হ’ব পাৰে কিন্তু অভিযুক্ত ৰ অতীতত কোনো অপৰাধ পঞ্জীয়ন নাই হোৱা বুলি তেওঁৰ ওপৰত এই তদন্ত কৰিব নোৱাৰি বোলা যুক্তিসংগত হ’ব নোৱাৰে।

কবিতা লঙ্কেশৰ হৈ উপস্থিত থকা অধিবক্তাই যুক্তি দৰ্শায় যে উচ্চ ন্যায়ালয়ে অভিযুক্তৰ বিৰুদ্ধে কেচিওচিএ প্ৰযোজ্য নহয় বুলি দিয়া সিদ্ধান্তলৈ আহি ভুল কৰিছে। তেওঁ উচ্চ ন্যায়ালয়ৰ আদেশত উল্লেখ কৰা অনুসৰি অভিযুক্তৰ ভুমিকাৰ বিষয়ে কয় আৰু অভিযোগ উত্থাপন কৰি কয় যে ছদ্মবেশ ধৰি একু্প্ৰেচাৰ ক্লিনিক চলাবলৈ এটা ঘৰ ভাৰালৈ লৈছিল কিন্তু এইটোৱে প্ৰমাণ কৰে যে অভিযুক্ত অপৰাধী চক্ৰৰ সদস্যসকলক স্থান দিছিল।

বিচাৰপীঠে উপস্থাপন কৰা তথ্য সমূহৰ শুনাৰ পিছত এক সপ্তাহৰ ভিতৰত তথ্যসমূহ তেওঁলোকক লিখিত ৰূপত দাখিল কৰিবলৈ কয়।

উচ্চ ন্যায়ালয়ে এই বিচাৰত উল্লেখ কৰিছিল যে, যদি অনুমোদিত আদেশেই আইনৰ ওচৰত দায়ী, আবেদনকাৰী মোহন নায়কৰ বিৰুদ্ধে KCOCA আইনৰ অধীনত অনুমোদন আদেশ, অভিযোগনামা, অনুমোদনৰ আদেশ উলংঘা কৰা হৈছে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd