• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্থিক দীনতা: গুৱাহাটীত পত্নীৰ ডিঙি ৰেপি, পুত্ৰক ডিঙি চেপি হত্যা কৰি আত্মহত্যা এজন লোকৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 25, 2021 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

সাতগাওৰ আৰক্ষী থানাৰ সন্মুখত থকা ১৯ নম্বৰ বাসগৃহত এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে।

Apply Now

শনিবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

ঘটনা অনুসৰি সাতগাওস্থিত নুৰ হোমিও ফাৰ্মাচিৰ স্বত্বাধিকাৰী ভবেশ শৰ্মাই পুৱতি নিশা নিজ বাসগৃহত পত্নী হিমাদ্রি শৰ্মাক ডিঙি ৰেপি আৰু পুত্ৰ পৰাগ শৰ্মাক ডিঙি চেপি নিজে ফেনত ৰছীৰে আত্মহত্যা কৰে।

শনিবাৰে ৰাতিপুৱা ভাৰতীয়া তথা বাসগৃহটোৰ মালিকে ভৱেশ শৰ্মাৰ চিপ লৈ থকা অৱস্থাত আৰু তেওঁৰ পত্নী হিমাদ্রি শৰ্মাক আহত অৱস্থাত আৰু পুত্ৰ পৰাগ শৰ্মাৰ নিথৰ দেহ বিচনাত পৰি অৱস্থাত দেখা পায়।
তাৰ পাছতে ভাৰাতীয়া আৰু মালিকে সাতগাও আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত লগে লগে সাতগাও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অৰ্ধ চেতন অৱস্থাত হিমাদ্রি শৰ্মাক আৰু পুত্ৰ পৰাগ শৰ্মাক জি এম চি এইছ লৈ প্ৰেৰণ কৰে।

ইপিনে, আৰক্ষীসূত্ৰই জনোৱা অনুসৰি GMCH ৰ চিকিৎসকে ছয় বছৰীয়া পুত্র পৰাগ শৰ্মা মৃত বুলি ঘোষণা কৰাৰ লগতে পত্নী হিমাদ্রি শৰ্মাই মৃত্যৰ সৈতে যুঁজি আছে বুলি জানিব দিয়ে।

তদুপৰি ঘটনাস্থলীৰ পৰা সাতগাও আৰক্ষীয়ে এখন তেজ লাগি থকা চুৰি উদ্ধাৰ কৰে।

ইতিমধ্যে সাতগাও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে এই মুহূৰ্তলৈ জানিব দিয়া মতে আৰ্থিক দিনতাৰ বাবে ভৱেশ শৰ্মাই নিজ পত্নীক ৰেপি আৰু পুত্ৰক ডিঙি চেপি হত্যা কৰি নিজে ফেনত ৰছীৰে চিপ লৈ আত্মহত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে স্থানীয় লোকে আৰ্থিক দিনতাৰ বাবে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ যে ভৱেশ শৰ্মাই( ৪৮) আৰু পত্নী হিমাদ্রি শৰ্মাই ( ৩৫) আৰু ছয় বছৰীয়া পৰাগ শৰ্মাৰ সৈতে ভাড়াতিয়া হিচাপে সাতগাওৰ আৰক্ষী থানাৰ সন্মুখত ৰঞ্জন বৰদলৈ নামৰ এজন লোকৰ ১৯ নম্বৰ বাসগৃহত বিগত বহু দিন ধৰি বসবাস কৰি আছিল।

পেছাত ভৱেশ শৰ্মা সাতগাও ৰেল লাইনৰ সমীপত থকা নুৰ হোমিও ফাৰ্মাচি এখন দি পৰিয়ালটো পোহপাল দি আছিল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd