• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ DGP ৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ লৈ বিধানসভাৰ অধ্যক্ষৰ কাষ চাপিল কংগ্ৰেছ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 25, 2021 9:50 pm
222
VIEWS
Share on FacebookShare on Twitter

অসমৰ আৰক্ষীৰ সঞ্চালক প্রধানৰ অসমৰ বিধায়ক সকলৰ প্ৰতি কৰা অশোভনীয় মন্তব্যৰ বিষয়ে অভিযোগ আৰু বিশেষাধিকাৰ ভংগৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবীৰে কংগ্ৰেছৰ বিধায়িনী দলে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে।

কালি ছিপাঝাৰত সংবাদমাধ্যমৰ সন্মুখত অসমৰ আৰক্ষী প্রধানে সাংবাদিকৰ আগত ‘মই পুলিচ, বিধায়ক-চিধায়ক নামানো’— এই মন্তব্য কৰি সাংবিধানিকভাবে ৰাজ্যৰ বিধি প্রণয়ন কৰা বিধায়ক সকলৰ মৰ্য্যাদা হানিকৰক মন্তব্য দিছে বুলি অভিযোগ তোলে বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে।

তেওঁৰ মতে “এই মন্তব্যই সামগ্রিকভাবে সকলো বিধায়কৰ মৰ্য্যাদা হানি কৰা মানে অসম বিধানসভাৰ মৰ্য্যাদা হানি কৰাকে সূচায়।”

“তেখেতৰ দৰে উচ্চ শিক্ষিত চৰকাৰী কাৰ্য্যপালিকাৰ এজন সর্বোচ্চ বিষয়া, যি বিষয়া জনে দুষ্টৰ দমন, আইন পালন কৰিবলৈ ন্যায়পালিকা আৰু আমি প্রস্তুত কৰা আইনব সন্মান জনাব লাগে; তেনে এজন শীর্ষ ব্যক্তিৰ মুখত এনে অসাংবিধানিক মন্তব্য অতি ভয়ংকৰ।” স্মাৰক পত্ৰত উল্লেখ।

এনে মন্তব্যৰ দ্বাৰা তেখেতে আমাৰ দেশৰ গণতন্ত্র, সাংবিধানিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিছে বুলিও কংগ্ৰেছৰ বিধায়িনী দলে কয়।

সেয়েহে DGP ৰ ওপৰত বিশেষাধিকাৰ ভংগৰ লগতে যাবতীয় শাস্তিমূলক ব্যৱস্থাৰ বাবে বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছে।

Recent News

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হাবিৰ জুই

হাবিৰ জুই

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd