• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখবৰ: অসমত থলুৱা ভাৱে প্ৰস্তুত কৰা ‘জুডিমা’ মদে লাভ কৰিব GI tag

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 26, 2021 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতি প্ৰধান ৰাজ্য অসমৰ সংস্কৃতিৰ সৈতে থলুৱা ভাবে প্ৰস্তুত মদৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে।

অসমৰ প্ৰায় কেইটা জনগোষ্ঠীৰ লোকেই নিজস্ব শৈলীৰে পৰম্পৰাগত পদ্ধতিৰ আলমত মদ প্ৰস্তুত কৰি আহিছে।

Apply Now

ৰাজ্যৰ থলুৱা ভাবে প্ৰস্তুত কৰা মদৰ ভিতৰত প্ৰথমবাৰৰ বাবে এবিধ বিশেষ মদে জিঅ’গ্ৰাফিকেল ইণ্ডিকেছন অৰ্থাৎ GI tag লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। অসমৰ এটি উল্লেখযোগ্য জনগোষ্ঠী ডিমাচাসকলে পৰম্পৰাগত ভাবে প্ৰস্তুত কৰি অহা ‘জুডিমা’ নামৰ মদ বিধে শীঘ্ৰে GI tag লাভ কৰিব।

চাউলৰ পৰা প্ৰস্তুত কৰা এই মদ বিধত ডিমাচা লোকসকলে নানান ধৰণৰ ঔষধি উদ্ভিদৰ সংমিশ্ৰণ ঘটায়। মিঠা সোৱাদৰ এই মদ বিধৰ প্ৰস্তুত কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগে। লক্ষ্যণীয় কথাটো এয়াই যে এই মদ বিধ প্ৰায় এবছৰলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়।

উল্লেখ্য GI tag-এ এবিধ সামগ্ৰী উপলব্ধ হোৱা বিশেষ অঞ্চলক চিহ্নিত কৰে আৰু এই টেগে সামগ্ৰী এবিধক স্বকীয়তা প্ৰদান কৰে। লগতে বাণিজ্যিক দিশৰ পৰাও এনে টেগে যথেষ্ট সহায় কৰে।

ডিমাচাসকলৰ পৰম্পৰাগত ‘জুডিমা’ মদে GI tag লাভ কৰিবলৈ ওলোৱাৰ খবৰে এতিয়া আনন্দিত কৰি তুলিছে জনগোষ্ঠীটোৰ লোকসকলক।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিফুৰ কৃষি বিকাশ কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সবিোধ মাইবংচাই সংবাদমাধ্যমৰ আগত কয় যে তিনি বছৰীয়া নেৰা-নেপেৰা চেষ্টাৰ ফলত ডিমাচাসকলৰ পৰম্পৰাগত মদ ‘জুডিমা’ই GI tag লাভ কৰিবলৈ অগ্ৰসৰ হৈছে।

উল্লেখ্য মাইবংচা আৰু ইউথ এছোচিয়েচন ফৰ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰে ২০১৮ চনৰ শেষৰ পিনে ‘জুডিমা’ মদৰ GI tag ৰ বাবে আবেদন কৰাৰ কথা চিন্তা কৰিছিল। অসমৰ পৰম্পৰাগত এই ফটিকা বিধক বিশ্বজনীন কৰি তোলাৰ বাবেই তেওঁলোকে এনে চিন্তা কৰা হৈছিল।

সেই উদ্দেশ্য ডিমাজিক হাচাও নামৰ এটা মহিলা গোট গঠন কৰা হৈছিল আৰু সেই গোটৰ জৰিয়তেই ২০১৯ চনত ‘জুডিমা’ মদৰ GI tag ৰ বাবে আবেদন কৰা হৈছিল। এই আবেদন প্ৰক্ৰিয়াক গতি প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক উত্তম বাইথাৰিও আছিল।

এই প্ৰসংগত বাইথাৰিয়ে সংবাদমাধ্যমৰ আগত কয় যে আবেদন কৰাৰ বছৰটোতে ‘জুডিমা’ মদে GI tag লাভ কৰাৰ কথা আছিল যদিও ক’ৰ’না পৰিস্থিতিৰ বাবে অসমৰ পৰম্পৰাগত মদ বিধক GI tag প্ৰদান কৰাত কিছু বিলম্ব ঘটিল।

উল্লেখ্য ইয়াৰ পূৰ্বে অসমত থলুৱাভাবে উৎপাদিত কাজী নেমু, জহা চাউল আদি সামগ্ৰীয়ে GI tag লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতত GI tag প্ৰদান কৰে কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ দপ্তৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd