• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APDCLৰ নিযুক্তি কেলেংকাৰী; মূল অভিযুক্ত আতাউৰ ৰহমানক আত্মসমৰ্পনৰ পিছতে গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 27, 2021 3:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

APDCLৰ নিযুক্তি কেলেংকাৰীয়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্যকে। এনে সময়তে APDCLৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পন কৰিছে।

আত্মসমৰ্পনৰ পিছতে আতাউৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।উল্লেখ্য আতাউৰ ৰহমান APDCL ৰ মহাপ্ৰৱন্ধক।

Apply Now

ৰহমানৰ বিৰুদ্ধে কেলেংকাৰীত জৰিত থকাৰ অভিযোগ উঠাৰ পিছতে বিষয়াগৰাকীয়ে কাৰ্বি লাংপি অঞ্চলত আত্মগোপন কৰিছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

আৰক্ষীয়ে বিচাৰি থকাৰৈ মাজতে ৰহমানে আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পন কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁক আজি বিশেষ আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীয়ে ৰহমানকে ধৰি আন ছয় অভিযুক্তক ৫ দিনৰ আৰক্ষীৰ জিম্মাত বিচৰা বুলি জানিব পৰা গৈছে। আতাউৰ ৰহমান গ্ৰেপ্তাৰৰ লগে লগে APDCLৰ নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা মুঠ লোকৰ সংখ্যা ১১ জন হ’ল।

উল্লেখ্য ইয়াৰ পূৰ্বে অসম শক্তি বিতৰণ নিগম লিমিটেড (APDCL)ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীত জড়িত ১০জন লোকক আটক কৰিছিল মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (ভিজিলেন্স চেল) চলোৱা অভিযানত আটক হৈছিল ২০০৬ চনৰে পৰা APDCLৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কার্যনির্বাহ কৰা দীপাংকৰ দিহিঙীয়া।

অভিযোগ অনুসৰি দিহিঙীয়াই ‘নেইকম ইম্প্রেছন্ছ’ নামৰ প্রতিষ্ঠানটোক নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিয়াত মুখ্য ভূমিকা লৈছিল।

তদুপৰি,মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিকো গ্ৰেপ্তাৰ ।

এই অভিযানত ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমকো গ্ৰেপ্তাৰ কৰা হৈছে।

মহানগৰীৰ বিভিন্ন স্থানৰ পৰা এই লোককেইজনক আটক কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যপালৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রীৰ নিৰ্দেশত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে APDCLৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত চলাই আছে।

২০১৯ চনত APDCLৰ ১,৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা নাছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd