• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কে এ চি প্ৰসংগঃ পৰিষদক পিছদুৱাৰেদি শপতগ্ৰহণ কৰোৱাৰ ঘটনা অসমৰ ৰাজনীতিত এয়াই প্ৰথম — বিশ্বজিৎ ৰায়

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 29, 2021 2:01 pm
236
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছ আৰু নিকা প্ৰশাসনৰ লগতে দালাল বিহীন অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি একপ্ৰকাৰ লুকাই চুৰকৈ পিছদুৱাৰেৰে ভুৱা ঠিকনাধাৰী কিছুমানক শীৰ্ষ পদত অধিষ্ঠিত কৰি  কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদৰ শপতগ্ৰহণ কৰোৱাটো দূৰ্ভাগ্যজনক আৰু নিন্দনীয় বুলি মন্তব্য কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে।

ৰায়ে কয় যে ২০২০ চনৰ ৩ ছেপ্টেম্বৰত অসম বিধানসভাৰ অধিবেশনত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাৰ পিছত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গোপনে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদ গঠন কৰিছিল যদিও পৰিষদ আইন ২০২০ মতে গঠন নোহোৱাত ধুবুৰী জিলাৰ কেইবাজনো ব্যক্তিয়ে অন্তৰ্ৱৰ্তীকালিন পৰিষদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখে আবেদন কৰিছিল আৰু ন্যায়ালয়ে লেখ আবেদনৰ ভিত্তিত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগলৈ পৰিষদৰ কামকাজত স্থিতাৱস্থা ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷

যাৰ বাবে পৰিষদৰ পাৰিষদ সকলে শপত গ্ৰহণ কৰিব পৰা নাছিল।

উক্ত অন্তৰ্ৱৰ্তীকালিন পৰিষদত মোক সদস্য হিচাপে নিযুক্তি দি তদানীন্তন বিত্ত মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰম অপমান কৰিছিল আৰু মই তেওঁৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছিলোঁ ।

বিশ্বজিৎ ৰায়ে কয় য়ে জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰা সকলোৰে আলোচনাত মিলিত হৈ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছিত যদিও গুচৰীয়া পক্ষই গোচৰ প্ৰত্যাহাৰ কৰাত সন্মতি দিয়া নাছিল ৷

আনকি উক্ত গোচৰৰ ভিত্তিত যোৱা ১৪ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পাৰিষদ সকলোক চমন জাৰি কৰিছিল। কিন্তু উক্ত চমনৰ উত্তৰ নিদি অসম চৰকাৰে ২৬ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা গৰাকীয়ে গোচৰীয়া পক্ষক গোচৰ প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বন জনোৱাৰ লগতে সন্ধিয়া খৰ খেদাকৈ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি চৰকাৰে একপক্ষীয়ভাবে নতুন অধিসূচনা জাৰি কৰি পাৰিষদ সকলোক শপত গ্ৰহণ কৰোৱায়।

এটা জাতিৰ উন্নয়নৰ নামত গঠিত হোৱা পৰিষদৰ পাৰিষদ সকলোক পিছদুৱাৰেদি শপত গ্ৰহণ কৰাতো অসমৰ ৰাজনীতিত এয়াই প্ৰথম। পৰিষদখন ৰাজ্য চৰকাৰে জোৰ জুলুম ভাবে কমতাপুৰবাসীক জাপি দিলেও এই পৰিষদ আইনগতভাৱে অবৈধ আৰু এই পৰিষদক লৈ কোচ ৰাজবংশী সমাজ আনন্দিত নহয়।

বিশ্বজিৎ ৰায়ে ভুৱা ঠিকনাধাৰী সকলোক পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমান তৎপৰতা দেখুৱালে একেজন মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটৰ অধ্যক্ষ হৈ একেই তৎপৰতাৰে কোচ ৰাজবংশী সকলোক কিয় জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে বুলি প্ৰশ্ন কৰে ? বিজেপি চৰকাৰে যোৱা দুটা লোকসভা আৰু অসম বিধানসভাত দিয়া প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙৰত পৰিণত কৰি কোচ ৰাজবংশী সকলোক চৰমভাবে প্ৰতিৰণা কৰি আহিছে বুলিও তেওঁ কয়।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd