• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনে দখল কৰিছে নেপালৰ ভূমি; কাঠমাণ্ডুত উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2021 3:47 pm
nepal9_5f6b3420e97b9
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে নেপালৰ ভুমি দখল কৰাৰ অভিযোগ তুলি দেশখনৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে কাঠমাণ্ডু।

কাঠমাণ্ডুত বৃহস্পতিবাৰে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে লোকতান্ত্ৰিক যুৱ মৰ্চাই।

সীমান্তৱৰ্তী অঞ্চলত চীনে নেপালৰ ভূমি দখল কৰা বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে। সংগঠনটোৰ সভাপতি ৰামকিশোৰ সিঙে সেই ভূমি ওভতাই দিয়াৰ দাবী তুলিছে।

তেওঁ নেপালৰ আভ্যন্তৰীণ বিষয়ত চীনক হস্তক্ষেপ নকৰিবলৈ সকীয়াই দি দেশখনৰ ভূমি ঘুৰাই দিয়াৰ দাবী কৰে।

বাতৰি অনুসৰি, নেপালৰ হুমলা জিলাত অবৈধভাৱে পোন্ধৰৰ পৰা বিছটা ঘৰ বনাইছে চীনে।

সেয়াই নহয়, সেই অঞ্চলত স্থানীয় লোকসকলৰ প্ৰৱেশতো বাধা দিছে চীনৰ সেনাবাহিনীয়ে। চীনৰ সেনাই তাত সেনাৰ ঘাটি স্থাপন কৰা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে বিগত বৰ্ষৰ পৰাই নেপালৰ ব্যাপক অঞ্চলৰ ভূমি চীনৰ সেনাবাহিনীয়ে দখল কৰাৰ অভিযোগ উঠিছিল। নেপালৰ ভূমি সংস্কাৰ বিভাগৰ বিষয়াসকলে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি তাৰ প্ৰমানো লাভ কৰে।

কিন্তু তাৰপাছতো বাৰে বাৰে সেইকথা অস্বীকাৰ কৰি আহিছিল নেপালৰ তদানীত্বন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিৰ প্ৰশাসনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

August 14, 2025 11:50 am
উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

August 14, 2025 10:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

August 14, 2025 11:50 am
উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd