• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৱনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ বাবে আগবাঢ়ি আহিছে বিশ্বনাথৰ কেইজনমান যুৱক

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
October 1, 2021 2:09 pm
127
VIEWS
Share on FacebookShare on Twitter

নিৱনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া বাবে আগবাঢ়ি আহিল বিশ্বনাথৰ কেইজনমান যুৱক ।

Defence Force Preparatory Academy নামৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠান আজি মুকলি কৰা হয় বিশ্বনাথ চাৰিআলিৰ হাটখোলাত ।

এই প্ৰশিক্ষণ কেন্দ্ৰত যি সকল নিবনুৱা যুৱক যুৱতীৱে চৰকাৰী বিভিন্ন নিযুক্তি তথা সামাৰিক আৰু অৰ্ধ সামাৰিক বাহিনীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰৱল ইচ্ছা থাকে সেই সকলক প্ৰয়োজনীয় লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ বাবে সকলো ধৰণৰ যোগ্যতা সম্পূৰ্ণ কৰি তোলাৰ হেতু প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

বিশেষকৈ আগন্তুক তিনিমহীয়া তথা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব লগা পাঠ্যক্ৰমৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীৰ বাবে প্ৰয়োজনীয় যোগ্যতা সূচক সকলো দিশৰ পৰা নিজক প্ৰস্তুত কৰি তোলাৰ চেষ্টা চলোৱা হব ।

প্ৰশিক্ষাৰ্থী সকলৰ থকা খোৱাৰ সকলো সুবিধা প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোক্তা সকলে ।
আজি এই প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ চিন্তামণি শৰ্মাই ।
এই প্ৰশিক্ষণ কেন্দ্ৰটো গঢ় লৈ উঠিছে কৰণ ঠাকুৰ, উদ্ধৱ পাটগিৰি , বিৰবল গোৱালাৰ নেতৃত্বত ।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd