• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বহীদক অপমান: গোলাঘাটত শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ

মীনাক্ষী ফুকন, গোলাঘাট by মীনাক্ষী ফুকন, গোলাঘাট
October 1, 2021 2:25 pm
FB_IMG_1633070045044
121
VIEWS
Share on FacebookShare on Twitter

৮৩’ আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়া কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম যুৱ ছাত্র পৰিষদৰ গোলাঘাট শাখা।

গোলাঘাট চহৰৰ বাটা পইন্টত ৰূপায়ণ কৰা এই প্ৰতিবাদত জাতি বিৰোধী বিধায়ক জনৰ বিৰুদ্ধে অতি শীঘ্ৰেই  বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰক আহ্বান জনাই সংগঠনটোৱে।

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে এক উত্তাল পৰিবেশ সৃষ্টি কৰা সংগঠনটোৱে বিধায়কজনৰ প্ৰতিকৃতি দাহ কৰি এনে মন্তব্য কৰাৰ বাবে হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে গৰুখুটিঁ কাণ্ডক লৈ কৰা বিধায়কজনৰ এনে মন্তব্যক লৈ বিভিন্ন দল-সংগঠনে ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে।

বিশেষকৈ খোদ কংগ্ৰেছ দলতে বিধায়কজনৰ এই অবাঞ্চিত মন্তব্যক লৈ এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছে।

ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিধায়কজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

Recent News

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd