• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰ অমৰিন্দ্ৰৰ সিঙৰ! পিছে কি এই চাপ!

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 1, 2021 6:58 pm
Amarinder Singh admits he was under pressure. ‘Of loyalty to Congress,
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ সময়ত হৰিশ ৰাৱাটে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অমৰিন্দ্ৰৰ সিঙে।

কেপ্টেইন সিঙে কয় যে তেওঁ দলৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰি আহিছে অথচ তাৰ পিছতো তেওঁ দলৰ পৰা ইমান দিনে অপমান পাই আহিছে,সেই আনুগত্যই তেওঁৰ ওপৰত চাপৰ সৃষ্টি কৰিছে।

অমৰিন্দৰ সিঙে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰাৰ এদিন পিছত পঞ্জাৱ কংগ্ৰেছৰ দায়িত্বত থকা হৰিশ ৰাৱটে অমৰিন্দৰ সিঙক কেতিয়াও অপমানিত কৰা হোৱা নাছিল বুলি মন্তব্য কৰি কেনেকৈ তেওঁ তেওঁৰ ‘জেদৰ’ বাবে বিধায়কসকলৰ সমৰ্থন হেৰুৱাইছিল তাৰ এক বিতং বিবৃতি জাৰি কৰিছিল।

কেপ্টেইন অমৰিন্দ্ৰৰ সিঙেও হৰিশ ৰাৱটৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে ৰাৱাটৰ বক্তব্যই প্ৰমাণ কৰে যে দলটোৱে নিজকে পঞ্জাৱৰ এক শোচনীয় পৰিস্থিতিত পাইছে।

Apply Now

কংগ্ৰেছে কেতিয়াও অমৰিন্দৰ সিঙক অপমান কৰা নাই বুলি হৰিশ ৰাৱটৰ দাবীৰ বিৰোধিতা কৰি কেপ্টেইনগৰাকীয়ে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ নৱজ্যোত সিদ্ধুক কিয় মুক্ত সুবিধা দিয়া হৈছিল বুলি প্ৰশ্ন কৰে ।

“কংগ্ৰেছে সিদ্ধুৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলক মোৰ কৰ্তৃত্ব হ্ৰাস কৰাৰ ক্ষেত্ৰত কিয় মুক্ত সুবিধা দিছিল? মই ৪-৫ বছৰ ধৰি দলক দিয়া নিৰ্বাচনী জয়ৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ প্ৰতি কিয় কোনো গুৰুত্ব দিয়া হোৱা নাছিল?” দলীয় নেতৃত্বক এইদৰে প্ৰশ্ন কৰে অমৰিন্দৰ সিঙে।

উল্লেখ্য যে হৰিশ ৰাৱাটে মন্তব্য কৰিছিল যে অমৰিন্দৰ সিঙে সহানুভূতি লাভৰ উদ্দেশ্যে তেওঁক অপমান কৰা বুলি প্ৰচাৰ কৰিছে। তদুপৰি ৰাৱাটে অমৰিন্দ্ৰৰ সিঙৰ দিল্লী ভ্ৰমণৰ পিছত চাপত থকা যেন লাগিছিল বুলিও নিজ ভাষ্যত প্ৰকাশ কৰিছিল।

হৰিশ ৰাৱাটৰ মন্তব্যৰ প্ৰত্যুত্তৰত অমৰিন্দৰ সিঙে কৈছিল যে ৰাৱাটে অপমান বুজিবলৈ নিজকে কেপ্টেইনৰ স্থানত ৰাখিব নোৱাৰিব। তেওঁ এইবুলিও উল্লেখ কৰিছিল যে তেওঁ একমাত্ৰ চাপৰ কাৰক আছিল দলটোৰ প্ৰতি তেওঁৰ আনুগত্য।

হৰিশ ৰাৱাটে কোৱাৰ দৰে অমৰিন্দ্ৰৰ সিঙ কংগ্ৰেছ সমিতিয়ে তেওঁক দিয়া এটাও পৰামৰ্শ কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছিল যদি ৰাৱাটে নিজেই কিয় তেওঁৰ চৰকাৰৰ ট্ৰেক ৰেকৰ্ডত সন্তুষ্ট বুলি বিবৃতি দিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে অমৰিন্দ্ৰৰ সিঙে।

অমৰিন্দৰ সিঙে ৰাৱাটৰ পৰা ফোন কল লাভ কৰাৰ কথাও অস্বীকাৰ কৰে। লগতে তেওঁ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ চান্নীকো লগ কৰা নাছিল বুলিও জানিবলৈ দিয়ে।

“কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান কৰাৰ ঠিক এদিন আগতে আমি কথা পাতিছিলো। হৰিশ ৰাৱাটে মোক তেতিয়া কৈছিল যে আমাৰ চৰকাৰ কাম-কাজত একো সমস্যা নাই। আনকি তেওঁ দাবী কৰিছিল যে তেওঁ ৪৩ জন বিধায়কৰ দ্বাৰা প্ৰেৰণ কৰা কোনো পত্ৰ দেখা নাছিল। তেওঁ এতিয়া এই বিষয়ে যি ধৰণে মিছা কৈছে তাক লৈ মই হতবাক,” সিঙে লগতে কয়।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd