• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনৰ জোৰ ! ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে পালে জামিন!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 7:20 pm
Power of money! Drunk girl who car-rammed labourer on highway gets bail
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই আজি জামিন লাভ কৰে।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

প্ৰচাৰ হোৱা ভিডিঅ’ত স্পষ্টৰূপত দেখা গৈছে যে ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক কেৱল কৰ্তব্য সম্পাদনতে বাধা প্ৰদান কৰা নাছিল, তেওঁ কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীটো আৰু আৰক্ষী থানাটো দুৰ্ব্যৱহাৰ কৰিছিল, অপমান কৰিছিল। তাৰ ফুটেজ সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে।

Apply Now

তাৰ পিছতো এই ধাৰাত ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে এই লৈ প্ৰশ্ন উত্থাপন হৈছে।

তদুপৰি সুৰামত্ত হৈ দ্ৰুত গতিৰে গাড়ী চলোৱা মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰাটো যুৱতীগৰাকীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহ’ল।

আৰক্ষীয়ে সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে ৰাজকন্যাৰ বাবে আইপিচি ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ ধাৰা প্ৰয়োগ কৰা নাই। অথচ ভিডিঅ’ত দেখা গৈছে যুৱতীগৰাকী সুৰামত্ত আছিল আৰু আৰক্ষীয়ে নিজেও সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰিছে।

এই ধাৰাত কেইটাত গোচৰ ৰুজু কৰি আদালতত এই অপৰাধৰ প্ৰমাণ হ’লে অপৰাধীয়ে জৰিমনা ভৰাৰ উপৰিও ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ বাকী দুটা ধাৰা প্ৰয়োগ কৰিলেও ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ নং ধাৰাত কিয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছে।

তদুপৰি কাৰ্ফিউ ভংগৰ বিৰুদ্ধেও গোচৰ ৰুজু নহ’ল যুৱতীগৰাকীৰ ক্ষেত্ৰত।

অভিযুক্ত যুৱতীগৰাকী ধনৱন্ত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত লোক কেইজন শ্ৰমিক হোৱাৰ বাবেই ৰাজকন্যা বৰুৱাৰ বিপক্ষে আৰক্ষী নৰম হ’ল নেকি !

এই ক্ষেত্ৰত আৰক্ষীৰ ওপৰতো সন্দেহৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে। আৰক্ষী তথা তদন্তকাৰী আৰক্ষীয়ে পালন কৰা আপোচকামী ভূমিকাৰ বাবে অভিযুক্তই হাৰি যাব পাৰে বুলি অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ জৰিমনা বিহীন ৩৫৩ ধাৰাৰ গোচৰটো আদালাতত উঠাৰ পূৰ্বেই আৰক্ষীয়ে ভুৱা বুলি গোচৰটোৰ পৰা উক্ত ধাৰাটো বাতিল কৰিব লাগিব। নহ’লে উক্ত ধাৰাটোত অভিযুক্ত জামিন লাভ কৰাটো সম্ভৱ নহয়।

উল্লেখ্য যে দুৰ্ঘটনাত পতিত দুজন শ্ৰমিকৰ বৰ্তমান অৱস্থা সংকটজনক। দুজন শ্ৰমিকে হেৰুৱাইছে ভৰি। এই শ্ৰমিক কেইজনে আইনৰ পৰা ন্যায় আশা কৰিব পাৰিবনে ? নে শ্ৰমিক হোৱাৰ বাবেই এইসকল লোক বঞ্চিত হ’ব ন্যায়ৰ পৰা ?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd