• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ! বিৰাট কোহলী, ক্ৰিছ গেইলক অতিক্ৰম কৰি এক নতুন মাইলষ্ট’নত উপনীত বাবৰ আজম

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2021 5:47 pm
Babar Azam
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ক্ৰিকেটত এক নতুন তাৰকা হিচাপে ইতিমধ্যে পৰিচিত হৈ পৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম।

ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে সুন্দৰ প্ৰদৰ্শনেৰে পাকিস্তানৰ বেটিং লাইন আপৰ মূল স্তম্ভ হৈ পৰিছে বাবৰ আজম।

অৱশ্যে টি-২০ ক্ৰিকেটত তেওঁৰ উত্থান চমকপ্ৰদ। টি-২০ ক্ৰিকেটত ধাৰাবাহিক উন্নত প্ৰদৰ্শনেৰে কেৰিয়াৰৰ আৰম্ভণিতে চৰ্চালৈ আহিছিল বাবৰ আজম।

ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত ৰাণ সংগ্ৰহ কৰাৰ সামৰ্থ্যৰ বাবে জনাজাত বাবৰে দেওবাৰে ক্ৰিছ গেইল আৰু বিৰাট কোহলীৰ দৰে খেলুৱৈক অতিক্ৰম কৰি এক বৃহৎ মাইলৰ খুঁটি ত উপনীত হয়।

দেওবাৰে পাকিস্তানৰ মুখ্য ঘৰুৱা টি-২০ টুৰ্ণামেণ্ট নেচনেল টি-২০ কাপত টপ অৰ্ডাৰ বেটছমেনজনে অপৰাজিত ৫৯ ৰাণ কৰি তেওঁৰ দল চেণ্ট্ৰেল পাঞ্জাৱক দক্ষিণ পাঞ্জাৱক ৭ উইকেটত পৰাস্ত কৰাত সহায় কৰে। এই ইনিংছটোৰে বাবৰে পুৰুষৰ টি-২০ ক্ৰিকেটত ৭০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটচমেন হিচাপে পৰিগণিত হয়।

Apply Now

মাত্ৰ ১৮৭ টা ইনিংছতে বাবৰে এই মাইলৰ খুঁটিত উপনীত হৈছিল। এই ক্ষেত্ৰত বাবৰে অতিক্ৰম কৰে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী টি-২০ বেটচমেন ক্ৰিছ গেইলক। গেইলতকৈ ১৫ খন কম খেলতে বাবৰ আজমে ৭০০০ ৰান সম্পূৰ্ণ কৰে।

ইয়াৰ আগতে টি-২০ ত ৭০০০ ৰাণ কৰা দ্ৰুততম বেটাৰ হোৱাৰ অভিলেখ ৰাখিছিল গেইলে। ইয়াৰ বাবে গেইলক ১৯২ টা ইনিংছৰ প্ৰয়োজন হৈছিল।

এই ক্ষেত্ৰত ভাৰতীয় অধিনায়ক বিৰাট কোহলী তালিকাৰ তৃতীয় স্থানত আছে। বিৰাটে ২১২ টা ইনিংছত এই লেণ্ডমাৰ্কত উপনীত হৈছিল।

কোহলীয়ে শেহতীয়াকৈ চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত টি-২০ ক্ৰিকেটত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।

টি-২০ত ৭০০০ ৰাণৰ সীমা অতিক্ৰম কৰা বাবৰ হৈছে বিশ্বৰ ৩০ তম বেটছমেন আৰু ছোৱেব মালিক আৰু মহম্মদ হাফিজৰ পিছত তৃতীয় পাকিস্তানী বেটচমেন।

২৪ অক্টোবৰত চিৰ প্ৰতিদ্বন্দী ভাৰতৰ বিৰুদ্ধে আইচিচি টি-২০ বিশ্বকাপত পাকিস্তানৰ উদ্বোধনী খেলত দুৰ্দ্দান্ত ফৰ্মত থকা বাবৰ আজম ভাৰতীয় দলৰ সন্মুখত প্ৰধান বাধা হিচাপে থিয় দিব পাৰে।

উল্লেখ্য যে, বাবৰ আজম বৰ্তমান পুৰুষৰ টি-২০ আন্তৰ্জাতিক খেলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দশম স্থানত আছে। তেওঁ ৫৬ টা ইনিংছত ৪৬.৮৯ গড়ে ২২০৪ ৰাণ সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd