• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শস্য ক্ৰয়ত পলম; দিল্লী – চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে প্ৰতিবাদী কৃষকে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2021 8:13 pm
Farmers Block Delhi-Chandigarh Highway
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষকৰ উৎপাদিত শস্য ক্ৰয় কৰা পলম হোৱাৰ বাবে প্ৰতিবাদ কৰি হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ ওচৰৰ দিল্লী-চণ্ডীগড় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰী কৃষকে।

তেওঁলোকে কয় যে যেতিয়ালৈকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী চৰকাৰে ক্ৰয় নকৰে তেতিয়ালৈকে তেওঁলোকে ঘাইপথটো অৱৰোধ কৰি থাকিব।

লগতে প্ৰতিবাদকাৰী কৃষকসকলে কয় যে যদি আজিৰ ভিতৰতে চৰকাৰে তেওলোকৰ দাবী পূৰণ নহয়, তেন্তে তেওঁলোকে সাংসদ আৰু বিধায়কসকলৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

কৃষকসকলে অভিযোগ কৰে যে চৰকাৰে ক্ৰয়ৰ দিন পিছুৱাই দিয়াৰ ফলত তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰায় এমাহ ধৰি মুকলিকৈ পৰি আছে। যোৱা দুদিন ধৰি হোৱা বৰষুণে শস্য নষ্ট কৰি সমস্যা বৃদ্ধি কৰিছে।

Apply Now

“উৎপাদিত শস্য এমাহ ধৰি মাটিত পৰি আছে। আমি আমাৰ উৎপাদিত সামগ্ৰীৰ ২০ শতাংশ হেৰুৱাইছো। তাৰ বাবে কোনে আমাক ক্ষতিপূৰণ দিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা স্বত্বেও, এটাও শস্য ক্ৰয় কৰা হোৱা নাই। তেওঁলোকে আমাক মিছা প্ৰতিশ্ৰুতি দিয়ে।” পৱন চিৰছলা নামৰ এজন প্ৰতিবাদী কৃষকে কয়।

ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU)ৰ কিষাণ মহামন্ত্ৰী অমৰীক সিঙে এই সন্দৰ্ভত কয়, “চৰকাৰে কৈছিল যে তেওঁলোকে ২৫ তাৰিখে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব, তাৰ পিছত তেওঁলোকে কৈছিল যে তেওঁলোকে এই শস্য ১ তাৰিখে ক্ৰয় কৰিব আৰু পুনৰ ইয়াক ১১ তাৰিখলৈ পিছুৱাই দিছে। যোৱা নিশা বৰষুণ উৎপাদিত সামগ্ৰী নষ্ট কৰিছে। ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ। তেওঁলোকে অতি সোনকালে আক্ৰয়মাৰ উৎপাদিত শস্য ক্ৰয় কৰিব লাগে।”

কৃষক নেতা গৰাকীয়ে লগতে কয়, “তেওঁলোকে উৎপাদিত সামগ্ৰী ক্ৰয় নকৰালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। যদি আজি আমাৰ দাবী পূৰণ নহয়, তেন্তে আমি সাংসদ, বিধায়কসকলক আমাৰ উৎপাদিত সামগ্ৰীৰ সৈতে ঘেৰাও কৰিম আৰু আমাৰ শস্যৰ বিক্ৰী আৰম্ভ নোহোৱালৈকে এই প্ৰতিবাদ বন্ধ নকৰোঁ ।”

উল্লেখ্য যে কালি কৃষকসকলে ভাৰতীয় কিষাণ ইউনিয়নৰ মুৰব্বী গুৰনাম সিং চাদুনিক আটক কৰাৰ পিছত দিল্লী-অমৃতসৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd