• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীয়ে ঘেৰাও কৰিলে বিধায়ক কুশল দুৱৰীৰ বাসগৃহ

অনন্ত স্মিথ by অনন্ত স্মিথ
April 2, 2018 5:53 pm
Teacher_Protest_2
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষক-শিক্ষয়িত্ৰী৷ ৰাজপথত নামি প্ৰতিবাদ কৰাৰ লগতে ক্ষুভিত শিক্ষক-শিক্ষয়িত্ৰীয়ে ঘেৰাও কৰিলে থাওৰা সমষ্টিৰ বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ বাসগৃহ।

উল্লেখযোগ্য যে যোৱা ৭২ মাহে বিনা বেতনে নৰক যন্ত্ৰণা ভোগ কৰিছে শিৱসাগৰ প্ৰায় ১৫০০ শিক্ষক-শিক্ষয়িত্ৰীয়ে। আজি শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতিয়ে লোৱা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী শিক্ষয়িত্ৰীয়ে বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীৰ কথা কওঁতে নিজৰ চকুলো ধৰি ৰাখিব পৰা নাছিল।

Apply Now

আনহাতে প্ৰতিবাদকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে কয় যে বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীৰ শীৰ্ঘ্ৰেই বেতন আৰু চাকৰি নিয়মীয়াকৰণ নহ’লে পৰৱৰ্তী সময়ত মুখ্য মন্ত্ৰী-শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব৷

Teacher_Protest

মন কৰিব লগীয়া যে এই বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত কংগ্ৰেছৰ পথৰেই বাট বুলিছে বিজেপিৰ চৰকাৰখনে৷ অথচ বিগত বিধান সভা নিৰ্বাচনৰ সময়ত শিৱসাগৰত চাৰিখন নিৰ্বাচনী সভাত বিজেপিৰ চৰকাৰ হ’লে এমাহৰ ভিতৰতে বঞ্চিত শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে শিক্ষা মন্ত্ৰী আৰু বিজেপিয়ে।

শিৱসাগৰৰ দৰমহা বঞ্চিত হৈ থকা এই সকল শিক্ষকৰ মাজৰ ২০ জনৰো অধিক শিক্ষকে ইতিমধ্যে আত্মহত্যা কৰিছে। বহুতে বেপাৰ কৰি,  দিন হাজিৰা কৰি ভাত মোকলাব লগা হৈছে। ইমানৰ পাছতো প্ৰতিটো ৰাজনৈতিক দলেই এই শিক্ষকসকলৰ প্ৰতি কোনো মনোযোগ দিয়া দেখা নগ’ল। যাৰ ফলত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠা এৰি ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ লগতে ঘেৰাও কাৰিব লগা হৈছে জন প্ৰতিনিধিৰ বাসগৃহ।

আজিৰ প্ৰতিবাদৰ পিছত শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতিয়ে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে, য’ত তেওঁলোকৰ দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবীৰ লগতে চাকৰি নিয়মীয়া কৰাৰ দাবী তোলা হৈছে।

অনন্ত স্মিথ

অনন্ত স্মিথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd