• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশনত ৫১ জনীয়া নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 6, 2021 3:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ -ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ লগতে জনগোষ্ঠীটোৰ নাৰ্য প্ৰাপ্য অধিকাৰৰ দাবীত গঠন হোৱা সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিনিধি সভাত নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা বুলি এক সংবাদ মেলযোগে নৱ নিৰ্বাচিত নেতৃত্বই প্ৰকাশ কৰে ৷

উল্লেখ্য যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাত উক্ত পৰিষদত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো শীৰ্ষ নেতৃত্বই দায়িত্ব লাভ কৰিছে ৷

Apply Now

যাৰ বাবে তেওঁলোকক আক্ৰাছুৰ পৰা বিদায় দি নতুনকৈ গঠন কৰিব লগীয়া হৈছে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন ৷

এই উদ্দেশ্যে তিনি আৰু চাৰি অক্টোৱৰত বঙাইগাঁও বীৰঝৰা পাব্লিক লাইব্ৰেৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় সংগঠনটোৰ দশম দ্বি- বাৰ্ষিক অধিৱেশন ৷ অধিৱেশৰ প্ৰথম দিনা নিশাৰ ভাগত অনুষ্ঠিত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷

উক্ত সভাতে ক্ষীতিশ বৰ্মনক সভাপতি, প্ৰাঞ্জল দত্ত , কল্যাণ সিংহ, হৃদয়া নন্দ ৰায় , গোবিন্দ ৰায় , হেমন্ত ডেকা , নৱজিৎ কোচ আৰু মুকুল কৃষ্ণ বৰ্মনক উপ সভাপতি , কপিল দেৱ সিংহ আৰু পাৰ্থ জ্যোতি বৰাক যুটীয়া সাধাৰণ সম্পাদক , দেবব্ৰত বৰ্মন , প্ৰদীপ দাস , যাদৱ মেধি , ৰিদীপ বৰা , মৃণাল ৰায় , কৰ্ণ ৰায় , শান্ত কুমাৰ ৰায় . ধৰ্মেন্দ্ৰ ৰায় , ভৱেশ ৰাজবংশী , গোপাল ৰায় , দুধেশ্বৰ ৰায় আৰু শিৱানন্দ ৰায়ক সহকাৰী সাধাৰণ সম্পাদক , ধীৰাজ পাঠক , প্ৰণৱ জ্যোতি ৰায় আৰু শংকৰ ৰাজবংশীক প্ৰচাৰ সম্পাদক , নৱ কোচ আৰু উৎপল দাসক সাংস্কৃতিক সম্পাদক অৰবিন্দ দাসক বিত্ত সম্পাদক, নিৰ্মল চৌধুৰীক কাৰ্যালয় সম্পাদক , কমলেশ্বৰ ৰায় আৰু মদন ডেকাক শিক্ষা আৰু সমাজ সেৱা সম্পাদক , কুশল ৰায় , সঞ্জয় বৰ্মন , ৰাজেশ্বৰ বৰ্মন , প্ৰাঞ্জল বৰুৱা , ৰাতুল ৰাজবংশী , হৰেশ্বৰ ডেকা , সমিত বৰ্মন , গোপাল বৰ্মন , ভদ্ৰেশ্বৰ ৰায় , ৰঞ্জন দত্ত আৰু দিগন্ত শইকীয়াক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ ৫১ জনীয়া সদস্যৰে নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় । ইপিনে সমিতি খনৰ মুখ্য উপদেষ্টা পদত মনোনীত কৰা হয় প্ৰদীপ ৰায়ক ৷

উপদেষ্টা পদত মনোনীত কৰা হয় গোকুল বৰ্মন , ভৰত ৰাজবংশী , কাৰ্তিক ৰায় , গোলাপ পাঠক , পূৰৱী সৰকাৰ আৰু শিৱানন বৰ্মনক ৷ আগন্তুক দিনত আক্ৰাছুৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীৰ হকে সংগ্ৰাম কৰি যাব বুলি নৱনিৰ্বাচিত সভাপতি ক্ষীতিশ বৰ্মনে সংবাদমেলত জানিবলৈ দিয়ে ৷

সংবাদ মেলত আক্ৰাছুৰ সভাপতিগৰাকীয়ে লগতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বাকী থকা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অসম চৰকীৰক দাবী জনায় ৷ ইয়াৰ বাবে অতিশীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও কয় ৷ সেইদৰে নতুনকৈ গঠন কৰা কে এ চিৰ কাম কাজ ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈকো আহ্বান জনায় ৷

কে এ চিখনে প্ৰকৃতাৰ্থত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ আশা পূৰণ কৰিব পাৰে কাৰ বাবে ইতিবাচক পদক্ষেপ ল’বলৈও অসম চৰকীৰক আহ্বান জনায় ৷

সংবাদ মেলত সভাপতি বৰ্মনে নতুনকৈ গঠিত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সমিতিখনে ৰোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি বহুলভাৱে প্ৰচাৰৰ ব্যৱস্থা ল’ব বুলি কয় ৷

সেইদৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা প্ৰতিখন জিলাৰ মাজলৈ নিয়াৰ চিন্তা চৰ্চা কৰা কৰা বুলিও জানিব দিয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ যুটীয়া সম্পাদক কপিল দেৱ সিংহ আৰু পাৰ্থজ্যোতি বৰাই আক্ৰাছুৰ নৱ নিৰ্বাচিত সমিতিখনে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি কৈ সংগঠনটো এইক্ষেত্ৰত আগুৱাই যোৱাব বাবে সকলোৰে পৰা সু দিহা পৰামৰ্শ বিচাৰে ৷

সংবাদ মেলত উপ সভাপতি কল্যাণ সিংহ, হৃদয়ানন্দ ৰায় আদিকে ধৰি নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd