• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থানীয় সংগঠনৰ অৰ্থনৈতিক অৱৰোধত স্তব্ধ ডিগবৈৰ আছাম অইল ডিভিজনৰ কাম-কাজ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
April 2, 2018 6:49 pm
Economic-blockade-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিগবৈৰ বৃহত্তৰ সংযুক্ত ফ’ৰাম  (Greater United Forum Digboi) নামৰ সংগঠনটোৱে আছাম অইল ডিভিজনৰ প্ৰশাসনিক চৌহদৰ প্ৰৱেশদ্বাৰত সমগ্ৰ দিনজোৰা কাৰ্যসূটীৰে অৰ্থনৈতিক কাৰ্যসূচী পালন কৰে। ডিগবৈ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইশ মিটাৰ মান দূৰত সংগঠনটোৱে তেওঁলোকৰ বহুদিন ধৰি সমাধান নোহোৱা কেইটামান সমস্যা সমাধানৰ দাবীত এই অৰ্থৈতিক অৱৰোধ কাৰ্যসূচী পালন কৰে।

ভালেকেইটা স্থানীয় সংগঠনৰ প্ৰতিবাদকাৰীসকলে বৃহত্তৰ সংযুক্ত ফ’ৰামৰ বেনাৰত সমৱেত হৈ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, আছাম অইল জিভিজনৰ কৰ্মচাৰী আৰু বিষয়াবৰ্গক কাৰ্যালয় আৰু অন্যন্য কৰ্মস্থলীত প্ৰৱেশত বাধা দিয়ে। প্ৰতিবাদকাৰীসকলে প্ৰশাসনিক চৌহদ, শোধানগাৰ, অসামৰিক চৌহদ, ৰেছন বিপণি আদিৰ প্ৰৱেশ পথত অৱস্থান কৰি পথ বন্ধ কৰি দিয়ে। এই অৱৰোধৰ ফলত প্ৰশাসনিক আৰু শোধনাগাৰৰ স্বাভাৱিক কাম-কাজ বাধাপ্ৰাপ্ত হয়।

ফ’ৰামৰ সম্পাদক পুলিকান্ত মৰাণে আক্ষেপেৰে কয় যে ডিগবৈৰ সংস্থানহীন যুৱকসকলক ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ বিভিন্ন বিভাগত আৰু গোলাইত নতুনকৈ কাৰ্যক্ষম কৰা অইল টাৰ্মিনেলটোত এশ শতাংশ ঠিকাভিত্তিক কাম দিয়া, অসামৰিক কাম-কাজ আৰু যান-বাহনৰ টেণ্ডাৰত স্থানীয় ঠিকাদাৰক অগ্ৰাধিকাৰ দিয়া, যোগ্য মহিলাসকলক নাৰ্ছৰ প্ৰশিক্ষণ দিয়া, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলক বিশেষ আৰ্থিক সহায়তা প্ৰদান কৰা, স্থানীয় দুখীয়া আৰু মেধা সম্পন্নসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰা আদি দাবী দীৰ্ঘ দিন ধৰি জনাই অহা হৈছিল যদিও আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাই এই দাবীসমূহ আওকাণ কৰি আহিছে।

আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাৰ ফালৰ পৰা এই দাবীসমূহ ৭২ ঘণ্টাৰ ভিতৰতে উত্তৰ দিয়াৰ আশ্বাস পোৱাৰ পাছত ফ’ৰামে ৮ ঘণ্টাজোৰা তেওঁলোকৰ অৱৰোধ কাৰ্যসূচী অৱশেষত উঠাই লয়। মাৰ্ঘেৰিটা মহকুমাৰ চক্ৰ বিষয়া ৰাকেশ চেত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ কাৰ্যবাহী সঞ্চালকৰ হৈ আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাৰ শীৰ্ষ বিষয়াবৰ্গই প্ৰতিবাদকাৰীসকলৰ হাতৰ পৰা ৫ দফীয়া স্মাৰকপত্ৰ গ্ৰহণ কৰে। উপস্থিত শীৰ্ষ বিষয়া এগৰাকীয়ে কয় যে ফ’ৰামে উত্থাপন কৰা দাবীসমূহ ব্যৱহাৰিকভাৱে কিমান সম্ভৱ সেয়া বিচাৰ কৰি তেওঁলোকে সেইমতে কাৰ্যপন্থা গ্ৰহণ কৰিব।

এছ চি /এছ টি এক্ট (উৎপীড়ণ বন্ধ) ১৯৮৯ আইনখন ৰদ কৰাৰ প্ৰতিবাদত বিভিন্ন দলিত সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত সংঘটিত হোৱা ভালেকেইটা হিংসাত্মক ঘটনা, লুটপাট, আৰু হত্যাৰ সময়তেই  ডিগবৈৰ স্থানীয় সংগঠনৰ এই সংযুক্ত ফৰামৰ এই প্ৰতিবাদৰ কাৰ্যসূচীয়ে বন্ধৰ সময়চোৱাত স্বাবাৱিক জনজীৱন ব্যাহত কৰি তোলে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd