• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL Fight 2021: প্লে-অফত কোন দলে কাৰ বিৰুদ্ধে যুঁজত নামিব, চাওক সূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2021 8:13 am
IPL Playoff list
468
VIEWS
Share on FacebookShare on Twitter

IPL Fight 2021: আইপিএল-২০২১ৰ লীগৰ যুঁজৰ সামৰণি পৰিল। লীগৰ অন্তিম দিনৰ শেষ দুখন মেচৰ পাছত প্লে-অফৰ তালিকাও সন্মুখলৈ আহিল।

দিল্লীয়ে ইতিমধ্যেই লীগ তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰিছে। তালিকাৰ দ্বিতীয় স্থানত আছে চেন্নাই ছুপাৰ কিংছ।

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ তৃতীয় স্থানত থাকি লীগৰ খেল সামৰিছে। অৱশেষত প্লে-অফৰ চতুৰ্থ স্থানত নিজৰ নাম সোমাবলৈ সক্ষম হৈছে কলকাতা নাইট ৰাইডাৰ্ছে।

ইপিনে, মুম্বাইয়ে লীগৰ অন্তিখন মেচত বিজয় সাৱ্যস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ দৰে ১৪ পইন্ট সংগ্ৰহ কৰে যদিও নেট ৰাণ-ৰেটত পিছুৱাই থকাৰ বাবে টুৰ্ণামেন্টৰ পৰা আঁতৰিবলগীয়া হ’ল।

আনহাতে, ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে লীগৰ অন্তিমখন মেচত দিল্লী কেপিটেলছক পৰাজিত কৰি চেন্নাইৰ দৰে ১৮ পইন্ট সংগ্ৰহেৰে লীগ পৰ্ব সামৰণি মাৰে। অৱশ্যে, নেট ৰাণ-ৰেটত পিছুৱাই থকাৰ বাবে আৰচিবিয়ে এলিমিনেটৰ খেলিব লাগিব।

প্ৰথম স্থানত থকা দিল্লী কেপিটেলছ আৰু দ্বিতীয় স্থানত থকা চেন্নাই ছুপাৰ কিংছে প্ৰথমখন কোৱালিফায়াৰ মেচত অৱতীৰ্ণ হ’ব।

চাওক, আইপিএল-২০২১ৰ প্লে-অফৰ সূচী:       

প্রথম কোৱালিফায়াৰ:-
দিল্লী কেপিটেলছ বনাম চেন্নাই ছুপাৰ কিংছ
১০ অক্টোবৰ, দেওবাৰ, ডুবাই

এলিমিনেটৰ:-
ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ বনাম কলকাতা নাইট ৰাইডাৰ্ছে

১১ অক্টোবৰ, সোমবাৰ, শ্বাৰজাহ

দ্বিতীয় কোৱালিফায়াৰ:-
প্রথম কোৱালিফায়াৰৰ পৰাজিত দল বনাম এলিমিনেটৰৰ বিজয়ী দল
১৩ অক্টোবৰ, বুধবাৰ, শ্বাৰজাহ

ফাইনেল:-
প্রথম কোৱালিফায়াৰৰ বিজয়ী বনাম দ্বিতীয় কোৱালিফায়াৰৰ বিজয়ী
১৫ অক্টোবৰ, শুকুৰবাৰ, শ্বাৰজাহ

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd