• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বিজয়ীৰ নাম ঘোষণা, ডেভিদ কাৰ্ড, যচোৱা ডি এংৰিষ্ট আৰু গুইডু ইমবেঞ্চলৈ এই বৰ্ষৰ অৰ্থনীতিৰ নোবেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 6:53 pm
Nobel Prize 2021 in Economics
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা হয় ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বিজয়ীৰ নাম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিজন অৰ্থনীতিবিদে অৰ্থনীতিৰ বাবে ২০২১ চনৰ নবেল বঁটা লাভ কৰিছে।

নূন্যতম মজুৰি, প্ৰব্ৰজন আৰু শিক্ষাৰ শ্ৰমিক বজাৰৰ প্ৰভাৱৰ ওপৰত অগ্ৰণী গৱেষণাৰ বাবে আৰু পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰা এনে অধ্যয়নৰ বৈজ্ঞানিক পৰিকাঠামো সৃষ্টি কৰাৰ বাবে তিনিওলৈ এই বৰ্ষৰ অৰ্থনীতিৰ নোবেল আগবঢ়োৱা হয়।

বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কানাডিয়ান বংশোদ্ভৱ ডেভিদ কাৰ্ড, মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ যচোৱা এংৰিষ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৫৮ বছৰীয়া ডাচ্চ বংশোদ্ভৱ গুইডো ইমবেন্সে ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।

Apply Now

তিনিও অৰ্থনীতিবিদৰ নাম ঘোষণা কৰোঁতে ৰয়েল চুইডিছ একাডেমী অফ চাইন্সে তিনিওজনে অৰ্থনৈতিক বিজ্ঞানত অভিজ্ঞতামূলক কামক সম্পূৰ্ণৰূপে নতুন ৰূপ দিছে বুলি মন্তব্য কৰে।

অৰ্থনৈতিক বিজ্ঞান সমিতিৰ অধ্যক্ষ পিটাৰ ফ্ৰেড্ৰিক্সনে কয়, “সমাজ অধ্যয়নৰ ক্ষেত্ৰত কাৰ্ডৰ মূল প্ৰশ্নবোৰৰ অধ্যয়ন আৰু এংৰিষ্ট আৰু ইমবেন্সৰ পদ্ধতিগত অৱদানে দেখুৱাইছে যে প্ৰাকৃতিক পৰীক্ষা-নিৰীক্ষা হৈছে জ্ঞানৰ এক সমৃদ্ধ উৎস।”

তেওঁ লগতে কয়, “তেওঁলোকৰ গৱেষণাই মুখ্য কাৰণমূলক প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ আমাৰ সামৰ্থ্য যথেষ্ট উন্নত কৰিছে, যিসমাজৰ বাবে যথেষ্ট লাভজনক হৈছে।”

কাৰ্ডে নিউ জাৰ্চি আৰু পূৱ পেনচিলভেনিয়াত ৰেষ্টুৰেণ্টত নিম্নতম মজুৰি বৃদ্ধিৰ প্ৰভাৱ জোখাৰ বাবে গৱেষণাৰ কৰিছিল। কাৰ্ড আৰু তেওঁৰ গৱেষণা সহযোগী এলান ক্ৰুইগাৰে দেখিলে যে প্ৰতি ঘণ্টাত নিম্নতম মজুৰি বৃদ্ধিয়ে নিযুক্তিৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে, পৰম্পৰাগত জ্ঞানক প্ৰত্যাহ্বান জনাই যিয়ে কয় যে নিম্নতম মজুৰি বৃদ্ধিৰ ফলত নিম্নতম নিয়োগ কম হ’ব।

কাৰ্ডৰ গৱেষণাই আন এটা সচৰাচৰ ধাৰণাক প্ৰত্যাহ্বান জনাইছিল যে অনুপ্ৰৱেশকাৰীসকলে স্থানীয় বংশোদ্ভূত শ্ৰমিকসকলৰ মজুৰি হ্ৰাস কৰে। তেওঁ দেখিলে যে স্থানীয় বংশোদ্ভুত লোকসকলৰ উপাৰ্জন নতুন প্ৰব্ৰজনৰ দ্বাৰা লাভান্বিত হ’ব পাৰে। আনহাতে আগতে অনুপ্ৰৱেশকাৰীসকলে নেতিবাচকভাৱে প্ৰভাৱিত হোৱাৰ আশংকা আছে।

এংৰিষ্ট আৰু ইমবেন্সে অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ পদ্ধতিগত বিষয় উপস্থাপনৰ বাবে নোবেল বঁটা লাভ কৰিছে। তেওঁলোকৰ গৱেষণাই অৰ্থনীতিবিদসকলক কঠোৰ বৈজ্ঞানিক পদ্ধতি অনুসৰি অধ্যয়ন কৰিব নোৱাৰা ক্ষেত্ৰ সমূহৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে দৃঢ় সিদ্ধান্ত ল’বলৈ সক্ষম কৰে।

উল্লেখ্য যে নোবেল বঁটাৰ আন শাখাবোৰৰ বিপৰীতে অৰ্থনীতিৰ নোবেল বঁটা আলফ্ৰেড নবেলৰ ইচ্ছাপত্ৰ অনুসৰি প্ৰদান কৰা হোৱা নাছিল। ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে আলফ্ৰেড নবেলৰ স্মৃতিত এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd