• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Lady Doctor raped জন্মদিনৰ পাৰ্টিত যুৱতী চিকিৎসকক ধৰ্ষণত অভিযুক্ত এইমছৰ জ্যেষ্ঠ চিকিৎসক পলাতক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2021 12:32 pm
lady doctor rape case

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lady Doctor raped by Senior at AIIMS জন্মদিনৰ পাৰ্টি চলি থকাৰ সময়ত দিল্লী এইমছৰ চৌহদতে ধৰ্ষণৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে এগৰাকী যুৱতী চিকিৎসক। যুৱতী চিকিৎসকগৰাকীৰ অভিযোগৰ আঙুলি তেওঁৰেই জ্যেষ্ঠ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে।

বাতৰি অনুসৰি, ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে জ্যেষ্ঠ চিকিৎসকগৰাকী। তেওঁক বিচাৰি ইতিমধ্যে অভিযান চলাই থকা হৈছে।

যোৱা ২৬ ছেপ্টেম্বৰৰ ঘটনা। সিদিনা এইমছৰ চৌহদত এগৰাকী চিকিৎসকৰ জন্মদিনৰ পাৰ্টি চলিছিল। সেই পাৰ্টিত যুৱতী চিকিৎসকগৰাকীৰ লগতে তেওঁৰ ছিনিয়ৰ চিকিৎসকগৰাকীয়েও যোগ দিছিল।

যুৱতী চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁ আৰু তেওঁৰ ছিনিয়ৰ গৰাকীয়ে পাৰ্টিত সুৰা পান কৰিছিল। সেয়ে যুৱতী চিকিৎসকগৰাকীয়ে ঘৰলৈ উভতি নোযোৱাৰ সিদ্ধান্ত লয়।

যুৱতী চিকিৎসকৰ ছিনিয়ৰ এইমছৰ চৌহদৰ আৱাসতে থাকে। যুৱতী চিকিৎসকগৰাকীয়ে কৰা অভিযোগ অনুসৰি ছিনিয়ৰে তেওঁক মাজ নিশা ঘৰলৈ মাতি পঠায় আৰু সেইদৰে তেওঁৱো তালৈ যায়। তাতেই ছিনিয়ৰে তেওঁক ধৰ্ষণ কৰে।

Also Read: Death of Cricketer: মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

যুৱতী চিকিৎসকগৰাকীয়ে দাবী কৰা মতে ছিনিয়ৰৰ পত্নী আৰু সন্তানো আছে। কিন্তু ঘটনাৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতী চিকিৎসকগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ কৰা হৈছে।

ইপিনে, যুৱতী চিকিৎসকগৰাকীয়ে লাজ তথা আশংকাৰ বাবে ঘটনাটো গোপনে ৰাখিছিল যদিও যোৱা ১১অক্টোবৰত হছ খাছ থানাত অভিযোগ দাখিল কৰে।

যুৱতী চিকিৎসকগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জ্যেষ্ঠ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৩৭৭ধাৰাত গোচৰ ৰুজু কৰিছে।

Also Read:ISKCON temple attacked বিজয়া দশমীৰ দিনা বাংলাদেশৰ নোয়াখালিৰ ইছকন মন্দিৰত দুস্কৃতিকাৰীৰ আক্ৰমণ; ভক্তক হত্যা

আনহাতে, ঘটনাৰ পাছৰে পৰা জ্যেষ্ঠ চিকিৎসকগৰাকী পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাই আছে।

জ্যেষ্ঠ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে মেজিষ্ট্ৰেটৰ আগত গোপন জবানবন্দীও দিছে যুৱতী চিকিৎসকে। ঘটনাৰ বলি চিকিৎসকৰ মেডিকেল টেষ্ট কৰা হৈছে যদিও ধৰ্ষণৰ প্ৰমান পোৱা গৈছে নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

ইপিনে, আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগৰ ভিত্তিত তথ্যৰ সন্ধানত জন্মদিনৰ পাৰ্টিত থকা সকলোকে সোধপোছ কৰিব বুলি জানিব দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd