• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত সম্প্ৰীতিৰ অপূর্ব নিদৰ্শন; মছজিদ মুকলি অনুষ্ঠানত নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়া

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
October 17, 2021 5:21 pm
Masjid in sibsagar inaugurated

ফটো: নর্থইষ্ট নাও।

301
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত এটা অঞ্চলৰ ৰাইজে দেখুৱালে সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন।মছজিদ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সমাজৰ বিভিন্ন জনে।

শিৱসাগৰ নগৰৰ সমীপৰ ঘিলাগুৰিৰ ইছলাম ধৰ্মী লোকসকলে নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে এটি আটক ধুনীয়া মছজিদ।

দেওবাৰে মছজিদ মুকলি অনুষ্ঠানত দেখা গ’ল এক অনন্য দৃশ্য।

আজান ফকিৰ চাহাবৰ দ্বাৰা ৰচিত “হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত ভেদ-ভাৱ নাই” জিকিৰ ফাকিয়ে যেন আকৌ এবাৰ প্ৰাণ পাই উঠিল শিৱসাগৰত।

ঘিলাগুৰিৰ মছজিদৰ শুভ উদ্বোধন অনুষ্ঠানত হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰি এক ধৰ্মীয় মিলাপ্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে।

দেশৰ অন্য স্থানত ধৰ্মৰ নামত এক বিশৃংখল পৰিবেশ সৃষ্টি হোৱা দেখা পোৱাৰ পৰিৱৰ্তে শিৱসাগৰত দেখা পোৱা গ’ল ঐক্য-সম্প্ৰীতিৰ এই জীয়া ছবি।

উদ্বোধন কাৰ্য্যসূচীত উপস্থিত থাকে নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়াৰ লগতে গাঁওবুঢ়া আৰু দল-সংগঠনৰ বিভিন্ন বিষয়ববীয়া।

শিৱসাগৰ সম্প্ৰীতিৰ পীঠস্থান। এই কথা আজিৰ জটিল পৰিস্থিতিত পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰৰ ঘিলাগুৰিৰ এই সকল সমাজ সচেতন ব্যক্তিয়ে। 

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd