• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছে আমুৱালে! আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে কেইবাজনো কংগ্ৰেছীয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 17, 2021 5:52 pm
WhatsApp Image 2021-10-17 at 5.13.36 PM

ফটো: নৰ্থইষ্ট নাও।

531
VIEWS
Share on FacebookShare on Twitter

Congress leaders joined BJP জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথিৱী মাঝি আৰু প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ প্ৰদীপ মাঝি আৰু গৌতম ধানোৱাৰে আজি যোগদান কৰে বিজেপিত৷

BPF ৰ MCLA ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত মুছাহাৰীয়ে আজি বিজেপিত যোগদান কৰে।

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন কলিতাইয়ো যোগদান কৰে বিজেপিত।

হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই দলৰ মজিয়ালৈ আদৰণি জনায় আটাইকেইজনকে।

উপ নিৰ্বাচনৰ পূৰ্বে এই যোগদানেৰে একপ্ৰকাৰৰ চমক সৃষ্টি কৰিলে বিজেপিয়ে।

Also Read: শিৱসাগৰত সম্প্ৰীতিৰ অপূর্ব নিদৰ্শন; মছজিদ মুকলি অনুষ্ঠানত নামঘৰীয়া, শংকৰ সংঘৰ বিষয়ববীয়া

আজি যোগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই মন্তব্য কৰে যে বিপিএফৰ দুৰ্গ প্ৰায় শেষ হ’বলৈ গৈ আছে। তেওঁ কয় যে বাক্সা জিলাত BPF শূণ্য হৈ পৰিছে।

ভবেশ কলিতাই কয় যে বিটিচিত এজন MCLAক লৈ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছিল বিজেপিয়ে। কিন্তু কেইবাজনো MCLA ই এতিয়া বিজেপিত যোগদান কৰিছে। এই যোগদানে ভবানীপুৰ, গোসাঁইগাঁও, মৰিয়নি আৰু থাওৰাত বিশেষ প্ৰভাৱ পেলাব।

Also Read: ধ্বংসমুখী অগপ নাই, এতিয়া শক্তিশালী ৰূপত কৰিছে আত্মপ্ৰকাশ; দাবী যুৱ পৰিষদৰ সভাপতিৰ

তদুপৰি, আৰু বিপিএফ MCLAই বিজেপিত যোগদান কৰিব বুলি সদৰী কৰে ভৱেশ কলিতাই।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰা মতে বিটিচিত প্ৰমোদ বড়োৱেই যে CEM হৈ থাকিব সেয়া নিশ্চিত।

গৰুখুটিত বদৰুদ্দিন আজমলে চকু পানী টোকা সন্দৰ্ভত ভবেশ কলিতাই মন্তব্য কৰি কয় যে “বদৰুদ্দিন আজমলৰ মতে চৰকাৰ নচলে, উচ্ছেদ চলি থাকিব।” 

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd