• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পুলিবৰ আঞ্চলিকৰ ২১জনীয়া পূৰ্ণাংগ সমিতি গঠন

মীনাক্ষী ফুকন, গোলাঘাট by মীনাক্ষী ফুকন, গোলাঘাট
October 18, 2021 12:29 pm
IMG-20211018-WA0013

ফটো: নৰ্থইষ্ট নাও।

152
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে পুলিবৰ ৰঙ্গমঞ্চত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত পুলিবৰ আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়।

প্ৰীতম কোঁৱৰক সভাপতি, হেমন্ত কোঁৱৰক কাৰ্যকৰী সভাপতি আৰু মিন্টু গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈ, আটাছু গোলাঘাট জিলা সমিতিৰ প্ৰতিস্থাপক সম্পাদক ৰাজকুমাৰ বেদান্ত বিকাশ গোঁহাই, আটাছু কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনীল গগৈ, আটাছু গোলাঘাট জিলা সমিতিৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈ, জিলা কাৰ্যকাৰী সভাপতি পংকজ গগৈ, জিলা যুটীয়া সম্পাদকদ্বয় দ্বীপজ্যোতি তামূলী আৰু গৌতম লাহন।

তদুপৰি, জিলা মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ কোঁৱৰ, জিলা মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ,জিলা সাংগঠনিক সম্পাদক দিগন্ত গগৈ,পুলিবৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈ, স্থানীয় যুৱক বিকাশ কোঁৱৰ আৰু অঞ্চলটিৰ কেইবাখন গাঁওৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰতিনিধিসকল উপস্থিত থাকে।

উক্ত সভাত পুৱা পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি অজয় ফুকনে আৰু স্মৃতি তৰ্পণ কৰে প্ৰীতম কোঁৱৰে। সভাখনি উদ্বোধন কৰে আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd