• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট সদৰ থানাত লক আপৰ শৌচাগাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2021 5:37 pm
Jorhat Sadar Thana
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট সদৰ থানাৰ লকআপৰ ভিতৰত মঙলবাৰে নিশা এজন অভিযুক্ত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি পোহৰলৈ আহিছে।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰীক্ষণত ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ লগতে দণ্ডাধীশৰ দ্বাৰা তদন্তৰ ব্যৱস্থা কৰা হৈছে ।

মোবাইল চুৰিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাবিৰ আনছাৰি নামৰ যুৱকজনৰ মৃতদেহ কৰ্তব্যত থকা আৰক্ষীয়ে উদ্ধাৰ কৰে থানাৰ লকআপৰ ভিতৰত থকা শৌচাগাৰত।

নিশা প্ৰায় দুই বজাত আৰক্ষী কনিষ্টবল এগৰাকীয়ে লকআপৰ ভিতৰত কেৱল এজন লোকক শুই থকা দেখা পাই দ্বিতীয়জন অভিযুক্তৰ সন্ধান বিচাৰোঁতে লকআপৰ ভিতৰৰ শৌচাগাৰত ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় আনছাৰিৰ মৃতদেহটো।

শৌচাগাৰ পৰিষ্কাৰ কৰা এডাল লাঠি সংলগ্ন বাঢ়নিৰ জৰিয়তে বেৰত ভৰ দি শৌচাগাৰ পৰিস্কাৰ কৰা কিছু কাপোৰেৰে ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাবিৰৰ মৃতদেহ। নিশাই দণ্ডাধীশৰ উপস্থিতিত যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Apply Now

ধৃত যুৱকজনক মোবাইল চুৰ কৰাৰ অভিযোগত স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল । নিশা মৃত যুৱকজনৰ সৈতে আন এগৰাকী অভিযুক্তও লকআপত আছিল আৰু দুয়োকে নিশা প্ৰায় ১ বজাত চিকিৎসালয়ৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পুনৰ থানালৈ অনা হৈছিল ।

“লকআপৰ ভিতৰত এজন অভিযুক্তই আত্মহত্যা কৰাৰ বিষয়ে জানিব পাৰি আমি নিশা লগে লগেই থানালৈ যাওঁ। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ পৰীক্ষা কৰি সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে। শৌচাগাৰ পৰিষ্কাৰ কৰা এডাল লাঠী আৰু কিছু কাপোৰৰ জৰিয়তে যুৱকজনে ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে। সমগ্ৰ বিষয়টো জিলা দণ্ডাধীশক জনোৱা হৈছে আৰু জিলা দণ্ডাধীশে ঘটনাৰ তদন্ত কৰিব।” –যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনেদৰে কয়।

যুৱকজনৰ লকআপৰ ভিতৰত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আনহাতে একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত যুৱকজন ড্ৰাগছ আসক্ত আছিল।

এই মৃত্যুৰ কাৰণ কি বা কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ’ল সেয়া তদন্তৰ পিছত স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd