• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NCB raid at Ananya Panday’s residence: শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ ভগ্নী সুহানাৰ বান্ধৱী অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহত NCBৰ তালাচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 1:37 pm
NCB raid at Ananya Panday’s residence

অনন্যা পাণ্ডে।

2.5k
VIEWS
Share on FacebookShare on Twitter

NCB raid at Ananya Panday’s residence ড্ৰাগছ কাণ্ডৰ গোচৰত নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (NCB)ই পুনৰ নতুনকৈ অভিযান আৰম্ভ কৰিছে। এইবাৰ তালাচী চলোৱা হৈছে বলীউদৰ তাৰকা অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহত।

শ্বাহৰুখ খানৰ পৰিয়ালৰ ঘনিষ্ঠ হিচাপে পৰিচিত অনন্যাৰ বাসগৃহত তালাচী চলোৱাৰ পাছত ড্ৰাগছ কাণ্ডই আৰু নতুন মোৰ লোৱাৰ সম্ভাৱনা আছে।

বহুতেই অনন্যাৰ বাসগৃহত NCBৰ এই তালাচীৰ সৈতে শ্বাহৰুখ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰৰ সৈতে সংযোগ বিচাৰি পাইছে।

Latest News: পৰ্ণ ভিডিঅ’ নোচোৱাই হ’ল কাল ! কলিয়াবৰৰ বামুণীৰ মথৌখাটত লোমহৰ্ষক হত্যাকাণ্ড

ইপিনে, বোম্বে হাইকোৰ্টে আজি আৰিয়ানৰ জামিন আবেদনৰ শুনানিৰ দিন ঘোষণা কৰিছে। জানিব পৰা মতে অহা ২৬ অক্টোবৰত আৰিয়ানৰ জামিনৰ শুনানিৰ দিন নিৰ্দ্ধাৰণ কৰা হৈছে।

বুধবাৰে বিশেষ এনডিপিএছ আদালতত জামিন আবেদন খাৰিজ হোৱাৰ পাছত হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰিয়ান খান।

বোম্বে হাইকোৰ্টৰ ন্যায়াধীশ নীতিশ ছাম্বৰৰ এজনীয়া বিচাৰপীঠত শীঘ্ৰে শুনানি কৰাৰ বাবে আবেদন জনাইছিল।

ইয়াৰ পাছতে শুনানিৰ বাবে ২৬ অক্টোবৰৰ দিন ধাৰ্য কৰা হৈছে। লগতে ২৫অক্টোবৰৰ ভিতৰত NCBক উত্তৰ দিবলৈ কোৱা হৈছে।  

Recent News

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd