• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Selection for Oscar চলি আছে বাছনি পৰ্ব; অস্কাৰৰ দৌৰত ‘শ্বেৰনি’, ‘চৰ্দাৰ উধম’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 7:12 pm
sardar_udham_sherni_oscars_social
185
VIEWS
Share on FacebookShare on Twitter

Selection for Oscar ২০২২বৰ্ষৰ অস্কাৰৰ বাবে ভাৰতীয় চলচ্চিত্ৰ প্ৰেৰণৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।কলকাতাত বিচাৰক সদস্যসকলে মুঠ ১৪খন চলচ্চিত্ৰৰ পৰা এখন চলচ্চিত্ৰ নিৰ্বাচন কৰাৰ কামত ব্যস্ত হৈছে।

এই ছবিখনেই অস্কাৰত শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ চলচ্চিত্ৰ শাখাত অন্তৰ্ভুক্ত হ’ব।

বৰ্তমানলৈকে প্ৰাথমিক বাছনিত ১৪খন ছবিৰ তালিকাৰ শীৰ্ষত আছে ‘শ্বেৰনি’ আৰু ‘চৰ্দাৰ উধম’। ছবি দুখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বিদ্যা বালান আৰু ভিকি কৌশলে।

বাঘ সংৰক্ষণৰ বাবে নিজৰ চাকৰি বাজি ধৰা এক কাহিনীৰ চিত্ৰ্য ৰূপায়ন হৈছে অস্কাৰৰ দৌৰত নিৰ্বাচনৰ বাবে আগবাঢ়ি থকা ‘শ্বেৰনি’।

আনহাতে, আনখন অস্কাৰৰ দৌৰত নিৰ্বাচনৰ বাবে আগবাঢ়ি থকা ‘চৰ্দাৰ উধম’ হৈছে জালিয়ানাৱালাবাগৰ হত্যাৰ প্ৰতিশোধৰ কাহিনী।

সেইদৰে ইয়াৰ পাছতে দৌৰত আছে মালয়ালম ছবি ‘নয়াট্টু’ আৰু তামিল ছবি ‘মন্দেলা’।

কলকাতাৰ ভবানীপুৰৰ বিজলী চিনেমাত অস্কাৰৰ বাবে ছবি নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াত ১৫ গৰাকী বিচাৰকে মিলি মুঠ ১৪খন ছবি চাব আৰু তাৰপৰা এখন ছবিৰ নিৰ্বাচন চূড়ান্ত কৰিব।

অহা ২০২২বৰ্ষৰ মাৰ্চত আমেৰিকাত ৯৪তম অস্কাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।   

Recent News

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd