• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

National Film Awards: ছুপাৰষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটা প্ৰদান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 25, 2021 5:01 pm
154
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ল ছুপাৰষ্টাৰ ৰজনীকান্তক ।

দিল্লীৰ বিজ্ঞান ভৱন আয়োজিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।

এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰা ৰজনীকান্তে তেওঁক প্ৰদান কৰা এই বঁটা তেওঁৰ গুৰু কে বালাচন্দৰৰ নামত উচৰ্গা কৰে।

ৰজনীকান্তে কয় যে অনুৰাগীসকল থকাৰ বাবেহে তেওঁ আজি ৰজনীকান্ত হ’ব পাৰিছে।

ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ এসময়ৰ বন্ধু বাছ চালক ৰাজবাহাদুৰকো এই শুভ মুহূৰ্তত মনত পেলায়।

উল্লেখ্য অভিনয় জগতত খোজ পেলোৱাৰ পূৰ্বে ৰজনীকান্তে বাছৰ কণ্ডাক্টৰ হিচাবে কাম কৰিছিল।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটা ১৯৬৯ চনত প্ৰচলন কৰা হৈছিল।

এতিয়ালৈকে দেশৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। তেওঁলোকৰ ভিতৰত অসমৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও আছে।

এইবাৰ আশা ভোছলে,পৰিচালক সুভাষ ঘাই,মোহনলাল,শংকৰ মহাদেৱন,অভিনেতা বিশ্বজিত চেটাৰ্জীকলৈ গঠন কৰা জুৰীয়ে এই বঁটাৰ বাবে ৰজনীকান্তক নিৰ্বাচন কৰিছিল।

Recent News

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd