• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড; শোৱাপাটীতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বৃদ্ধ দম্পতিক!

কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী by কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী
October 26, 2021 1:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Sensational Murder in Guwahati মহানগৰীৰ ছাৰ্ভেৰ চন্দন নগৰ এলেকাৰ বৃদ্ধ দম্পতি ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ মৃতদেহ পুৱা ঘৰত তেজৰ ডোঙাত উদ্ধাৰ কৰা হৈছে। খিৰিকীৰ গ্ৰীল কাটি হত্যাকাৰী ঘৰত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে।

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছে ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। তেওঁলোকৰ সন্তান বৰ্তমান বেংগালুৰুত কৰ্মৰত বুলি জানিব পৰা গৈছে।

দুৰ্বৃত্তই এখন ভঙা খিৰিকীৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বহুমূলীয়া বস্তু লৈ যোৱাৰ লগতে ঘৰৰ দুৱাৰসমূহো ভঙা অৱস্থাত পোৱা গৈছে।

পুৱা কেয়াৰটেকাৰ জনে ব্ৰেকফাষ্ট দিবলৈ যাওঁতে খিৰিকীৰ গ্ৰীল কটা অৱস্থাত প্ৰত্যক্ষ কৰে।

চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি বৃদ্ধ দম্পতিক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

WhatsApp Image 2021-10-26 at 12.23.26 PM
ফটো: নৰ্থইষ্ট নাও।

শোৱাপাটীতে কোনে এনেকৈ অকলশৰীয়া এই বৃদ্ধ দম্পতিক হত্যা কৰিলে তাক লৈ এতিয়া  চাঞ্চল্যৰ সৃষ্টি হৈছে।

মহানগৰীৰ মাজমজিয়াতে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া সকলোৰে মনত নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক কৰিছে।

WhatsApp Image 2021-10-26 at 12.20.02 PM
পৰিয়ালৰ ফাইল ফটো।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে উপস্থিত হৈছে ফৰেনছিকৰ দল আৰু স্নেফাৰ ডগ।

ফৰেনছিক টীম আৰু ফিংগাৰ প্ৰিন্ট টীমে ক্ষীপ্ৰগতিৰে তদন্ত চলাই আছে যদিও তদন্তৰ খাতিৰত হত্যাকাণ্ডৰ ক্লু সংবাদমাধ্যমক জনোৱা নাই। 

কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী

কল্পজ্যোতি শইকীয়া / জাহ্নবী বৰুৱা, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

August 18, 2025 7:55 pm
এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd