• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে’লৰ পৰা ওলাই শ্বাহৰুখ পুত্ৰ আৰিয়ান খানে কৰিব নোৱাৰিব এইকেইটা কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2021 2:23 pm
Aryan-khan-gets-bail-750x375
525
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ বিলাসী ক্ৰুইজৰ ড্ৰাগছৰ গোচৰত কালি জামিন পোৱা আৰিয়ান খানে বোম্বে হাইকোৰ্টৰ নিৰ্দেশৰ প্ৰতিলিপি এতিয়াও পোৱা নাই।

শুকুৰবাৰে আদালতে এই নিৰ্দেশৰ প্ৰতিলিপি দিব। অৱশ্যে প্ৰতিলিপি পোৱাৰ পূৰ্বে আৰিয়ানে নিজৰ বাসগৃহলৈ যাব পাৰিব।

পিচে, জে’লৰ পৰা বাহিৰলৈ ওলালেও আৰিয়ানে কেইটামান কাম কৰিব নোৱাৰিব। কি কি কামৰ পৰা আৰিয়ান বিৰত থাকিব লাগিব চাওক-

এনচিবিৰ চৰ্ত অনুসৰি বিশেষ আদালতৰ ওচৰত আৰিয়ানে পাছপ’ৰ্ট জমা ৰাখিব লাগিব। অৰ্থাৎ অভিযুক্তই বিশেষ অনুমতি অবিহনে দেশ এৰি যাব নোৱাৰিব।

বিদেশৰ উপৰি দেশৰ বিভিন্ন স্থানলৈও ইচ্ছা কৰিলেও যাব নোৱাৰিব শ্বাহৰুখ পুত্ৰ আৰিয়ান। মুম্বাই এৰি আন কোনো ঠাইলৈ যাবলৈ হ’লে তদন্তকাৰী বিষয়াক জনাব লাগিব।

তদুপৰি, জে’লৰ পৰা ওলাই সংবাদ মাধ্যমৰ আগত বিলাসী ক্ৰুইজৰ ড্ৰাগছৰ গোচৰত আদালতত হোৱা কথোপকথন আৰিয়ানে সদৰী কৰিব নোৱাৰিব। তেওঁ লগতে ছচিয়েল মাধ্যমতো একো লিখিব নোৱাৰিব।

সেইদৰে, জে’লৰ পৰা ওলোৱাৰ পাছত তেওঁৰ সহ অভিযুক্তসকলৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰতো এনচিবিৰ নিষেধাজ্ঞা আছে। তদন্তকাৰী সংস্থাটোৱে ফোন বা আন কোনোধৰণৰ যোগাযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, প্ৰমান নষ্ট কৰা, সাক্ষীক প্ৰভাৱিত কৰা বা তদন্তত অসহযোগিতা কৰিব নোৱাৰিব। এইসমূহ ভাৰতীয় দণ্ডবিধিৰ সকলো গোচৰৰ ক্ষেত্রতে প্ৰযোজ্য।             

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd