• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিমবংগৰ কোচবিহাৰৰ বাণেশ্বৰত ঘটিল অসম-বংগ-ত্ৰিপুৰাৰ কবি-সাহিত্যিকৰ মহামিলন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 29, 2021 8:41 pm
363
VIEWS
Share on FacebookShare on Twitter

পশ্চিবঙ্গৰ ইতিহাসপ্ৰসিদ্ধ কোচবিহাৰ জিলাৰ অন্তৰ্গত  বাণেশ্বৰত সাহিত্য সম্পৰ্কীয় এক অতি আকৰ্ষণীয় পৰিবেশৰ মাজত কাব্য গ্ৰন্থৰ লগতে শাৰদী়য় সংখ্যা ” পাশাখা” পত্ৰিকা উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ উদোগত তথা মনেৰ মানুষ সাহিত্য পৰিবাৰৰ সভাপতি , সম্পাদক ক্ৰমে ৰীণা পণ্ডিত , স্বপন কুমাৰ সৰকাৰ আৰু চিত্ৰা সৰকাৰৰ ঐকান্তিক প্ৰচেষ্টাত তথা তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে এই অনুষ্ঠানত অসম, বঙ্গ আৰু ত্ৰিপুৰাৰ কেবা গৰাকীও কবি- সাহিত্যিক তথা সাহিত্য – সাধকে অংশগ্ৰহণ কৰে।

বাণেশ্বৰত অৱস্থিত ‘হিমায়েত গ্ৰুপ অফ এডুকেশ্বন’ হল প্ৰাঙ্গণত আয়োজিত এই সাহিত্যৰ অনুষ্ঠানত শাৰদীয় সংখ্যা আলোচনী ‘পাশাখা’ৰ লগতে একুৰি পাঁচটা কবিতাৰ একক সন্মিলিত কাব্য গ্ৰন্থও উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থ উন্মোচনী সভাত কবি সাহিত্যিক ক্ৰমে প্ৰমত মণ্ডল (সুমত্ৰ সাৰথী ) কলকাতা, অহিদ খান ( পেৰিচ) ধুবুৰী, অসম , কৃপা মোহন চাকমা ( ত্ৰিপুৰা) মাধৱ দেবনাথ ( অসম ) জাকিৰ হুছেইন ( ধুবুৰী ,অসম) সন্দীপ জয়ধৰে (বছিৰহাট) আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ সম্পাদক তথা বিশিষ্ট কবি স্বপন সৰকাৰে জনোৱা মতে মনোগ্ৰাহী অনুষ্ঠানটোত কলকাতা , অসম , ত্ৰিপুৰাৰ লগতে উত্তৰ আৰু দক্ষিণ বঙ্গৰ পৰা অহা কবি- সাহিত্যিক ক্ৰমে ৰেণু সৰকাৰ, উত্তম চৌধুৰী , অপূৰ্ব চক্ৰৱৰ্তী , ৰমেন দে , পবিত্ৰ ভূষণ সৰকাৰ , কল্যাণ হোড্ , সুবীৰ সৰকাৰ , সজল কুমাৰ দে , সুলেখা পণ্ডিত , মীৰা আচাৰ্য , স্বপন আদিত্য , সমিতা সৰকাৰ , কমলেশ সৰকাৰ ( বঙ্গ ৰত্ন ) , ভূৱন সৰকাৰ , উৎপল অধিকাৰী আদি লোক উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ সম্পাদক স্বপন সৰকাৰে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন সকলোকে প্ৰশংসা কৰিছে । উক্ত অনুষ্ঠানত অতিথি হিচাবে অংশগ্ৰহণ কৰি মনেৰ মানুষ সাহিত্য পৰিবাৰৰ সভাপতি আৰু সম্পাদকক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট কবি অঁহিদ খানে ।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd