• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ৰহস্য কি? অৰুণাচলৰ কামেং নৈত ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ, প্ৰভাৱ পৰিব পাৰে ব্ৰহ্মপুত্ৰৰ ওপৰতো

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 29, 2021 9:09 pm
ৰহস্য কি? অৰুণাচলৰ কামেং নৈত ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ, প্ৰভাৱ পৰিব পাৰে ব্ৰহ্মপুত্ৰৰ ওপৰতো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ মাজেৰে বৈ যোৱা কামেং নৈ হাজাৰ হাজাৰ মৃত মাছ ওপঙি উঠাৰ কথাই এতিয়া উদ্বিগ্ন কৰি তুলিছে স্থানীয় লোকসকলক।

বৃহস্পতিবাৰৰ নিশাৰে পৰা কামেং নৈৰ পানী বোকাময় হৈ পৰিবলৈ ধৰে আৰু বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ মাছৰ মৃত্যু ঘটি পানীত ওপঙি উঠে।

নৈ খনত এনেদৰে মাছৰ অস্বাভিৱক মৃত্যুৰ কাৰণ এতিয়াও অজ্ঞাত হৈয়েই আছে। পশ্চিম কামেং জিলা প্ৰশাসনে ঘটনা নিৰীক্ষণ কৰি আছে আৰু কোনো লোককে নৈ খনত নানামিবলৈ তথা মৃত মাছ ভক্ষণ নকৰিবলৈ আহ্বান জনাইছে।

পশ্চিম কামেং জিলাৰ শীৰ্ষ পদাধিকাৰ পুনম ছোনামে সংবাদ মাধ্যমৰ আগত কয় যে নৈ খনত হাজাৰ হাজাৰ মাছ মৃত অৱস্থাত ওপঙি উঠাৰ পিছতে বহুতে সেই মাছ সংগ্ৰহ কৰিবলৈ যোৱা দেখা গৈছে।

নৈ খনত মৃত অৱস্থাত ওপঙি উঠা মাছ ভক্ষণ কৰিলে মানুহৰ ক্ষতি হোৱাৰ আশংকা থকা বুলিও তেওঁ কৰে।

ইতিমধ্যে পশ্চিম কামেং জিলাৰ প্ৰশাসনে এই বিষয়ত জনতাক সজাগ কৰি দি আজি এক নিৰ্দেশনা প্ৰকাশ কৰে।

After Siang, now Kameng River in Arunachal Pradesh had turned muddy all of sudden last night. Tonnes of dead fish floating. Advisory order issued by the Government for non consumption of dead fish/venturing into the river. Causes still unknown. pic.twitter.com/y8kE8z8tKr

— Dr. Bhupen Mili (@bhupenmili) October 29, 2021

নিৰ্দেশনাটোত কোনো লোককে নৈ খনত মৃত অৱস্থাত ওপঙি উঠা মাছ ভক্ষণ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।

উল্লেখ্য কামেং নৈ খন ভাৰত-তিব্বত সীমান্তৰ তাৱাং জিলাৰ গোৰি চেন মাউণ্টেইন হিমবাহৰ পৰা উৎপত্তি ঘটিছে।

নৈ খনে অৰুণাচলৰ মাজেৰে বৈ আহি অসমৰ শোণিতপুৰ জিলাৰ মাজেৰে প্ৰৱাহিত হৈছে। নৈ খনে তেজপুৰত ব্ৰহ্মপুত্ৰ লগ লাগিছে।

ফলত নৈ খনত মাছৰ অস্বাভাৱিক মৃত্যুৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰতো পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

অসমৰ মাজেৰে বৈ যোৱা কামেং নৈ খনক জীয়া ভৰলী বুলি জনা যায়।

২০১৭ চনৰ ডিচেম্বৰ মাহতো কামেং নৈৰ পানী ৰহস্যজনক ভাবে বোকাময় হৈ পৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd