• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Aryan Khan walks out : ২৬দিনৰ অন্তত জে’লৰ বাহিৰলৈ আৰিয়ান; মন্নতত আদৰিলে শ্বাহৰুখ-গৌৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2021 12:15 pm
Aryan Khan back home
6k
VIEWS
Share on FacebookShare on Twitter

Aryan Khan walks out অৱশেষত সুদীৰ্ঘ ২৬ দিনৰ মূৰত জে’লৰ পৰা বাহিৰলৈ ওলাল শ্বাহৰুখ পুত্ৰ আৰিয়ান খান। দেৱালীৰ পূৰ্বে শ্বাহৰুখ খানৰ অট্টালিকা মন্নতত এতিয়া পোহৰ দেখা যাব। ঘৰৰ ল’ৰা ঘৰলৈ ওভতাৰ আনন্দত সজাই তোলা হ’ল চৌপাশ।

মুম্বাইৰ আৰ্থাৰ ৰোড জে’লৰ পৰা কাৰাবন্দীৰ জীৱন কটাই জামিন লাভ কৰি শনিবাৰে জে’লৰ পৰা ওলাই আহিল আৰিয়ান খান।

অনুৰাগী, ফটোগ্ৰাফাৰৰ ভিৰ ফালি পোনে পোনে ৰখাই থোৱা ৰেঞ্জ ৰ’ভাৰ গাড়ীৰ পিনে যায় আৰিয়ান। তাৰপাছতে ঘৰ অভিমুখে যাত্ৰা কৰে। অৱশ্যে আৰিয়ানৰ সৈতে দেখা পোৱা নগ’ল শ্বাহৰুখ খানক।

ইপিনে শ্বাহৰুখৰ অট্টালিকা মন্নতত আৰিয়ানক পিতৃ শ্বাহৰুখ আৰু মাতৃ গৌৰীয়ে আদৰি নিয়ে।

আৰিয়ান ঘৰলৈ উভতি নাহিলে মন্নতত দেৱালীৰ চাকি নজলিব। পুত্ৰৰ আবদাৰৰ ক্ষীৰো বনোৱা নহ’ব। এইদৰে পণ লৈছিল মাতৃ গৌৰীয়ে।

জানিব পৰা মতে, দুদিন পাছতেই শ্বাহৰুখৰ জন্মদিন। আৰিয়ানে মুক্তি পোৱাৰ অনিশ্চয়তাৰ মাজতে শ্বাহৰুখে অনুৰাগীসকলক ঘৰৰ বাহিৰত ভিৰ নকৰিবলৈকো আহ্বান জাইছিল।

কিন্তু সেই সকলো উদ্বেগ কাটি কৰি পিতৃৰ জন্মদিনৰ দুদিন পূৰ্বে আৰিয়ান আহি ঘৰত উপস্থিত হ’ল। এতিয়া অনুৰাগীৰ আশীৰ্বাদেৰে শ্বাহৰুখে আৰিয়ানৰ উপস্থিতিত জন্মদিনো হয়তো আনন্দেৰে উদযাপন কৰিব পাৰিব। 

Recent News

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd