• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত ৩৭ সংখ্যক মিচিং ভাষা দিৱস উদযাপন

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
October 30, 2021 7:42 pm
151
VIEWS
Share on FacebookShare on Twitter

“মিচিং ভাষা বৰ্তমানো সংকটমুক্ত নহয়।অসমৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে।তেখেত আছিল মিচিং সমাজৰ এগৰাকী সংগ্ৰামী লোক।মিচিং ভাষাৰ বাবে তেখেতেও সংগ্ৰাম কৰিছিল। কিন্তু আজিৰ তাৰিখলৈকে তেখেতে আমাক কোনো আশাৰ বতৰা দিব পৰা নাই।” শনিবাৰৰ দিনা বোকাখাতত আয়োজিত মিচিং ভাষা দিৱসত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ভূমিকাক লৈ এইদৰে মন্তব্য কৰে মিচিং আগম কৌবাঙৰ প্ৰাক্তন সচিব খগেন পেগুৱে।

শনিবাৰৰ দিনা বোকাখাতৰ ভকত চাপৰিত বোকাখাত বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত ৩৭ সংখ্যক মিচিং ভাষা দিৱসৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ৰূপে অংশ লৈছিল খগেন পেগুৱে।

অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে অনুষ্ঠানৰ সভাপতি বিলাস পেগুৱে।স্মৃতি তৰ্পণ কৰে অমূল্য পেগু আৰু ডিম্বেশ্বৰ মিৰিয়ে। মিচিং ভাষা দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে উপদেষ্টা কণক মৰাঙে।

বিলাস পাংগিঙৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ দিয়ে গকুল দাৱে। উদ্বোধন কৰে কেন্দ্ৰীয় সদস্যতপন কুটুমে।

বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে বোকাখাত সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, মিচিং দৃৰবৃ কেবাঙৰ সম্পাদক মিনুতা দলে,অংকুৰণ সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে প্ৰহ্লাদ দাস আৰু মানস জ্যোতি দত্তআৰু পৃষ্ঠপোষক মুহিৰাম লইঙে।

সভাত গুমৰাগ নাচৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই জ্ঞাপন কৰে বিজু পেগুৱে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd