• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

T-20 World Cup ব’ল্টৰ ধুমুহাত বিৰাট বিপৰ্যয় টীম ইণ্ডিয়াৰ; আশাহত ভাৰতীয় ক্ৰিকেট অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2021 8:39 am
India-6
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

New Zealand beat India বিগত সময়ত বিপক্ষৰ মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰা টীম ইণ্ডিয়াৰ চলিত টী-২০ বিশ্বকাপত ইমান দুৰ্বল প্ৰদৰ্শন কিয়? কোহলি বাহিনীৰ এই বিৰাট বিপৰ্যয়ৰ কাৰণ বিচাৰি উৱাদিহ পোৱা নাই ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।

পাকিস্তানৰ সন্মুখত আত্মসমৰ্পনৰ পাছত নিউজিলেণ্ডৰ ওচৰতো একেই দশা বিৰাট বাহিনীৰ। ফলত অন্তিম চাৰিৰ দৌৰত আৰু কঠিন হৈ পৰিল পথ।

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত ২০১৬ৰ বিশ্বকাপৰ স্মৃতি যেন ঘুৰি আহিল। সেইবাৰ নাগপুৰৰ মেচখনত কেন উইলিয়ামছন বাহিনীৰ বিৰুদ্ধে ১২৭ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ৭৯ৰাণতে অল আউট হৈছিল ধোনী বাহিনী।

Apply Now

দেওবাৰে ডুবাইত তাৰেই যেন স্মৃতি উজাৰি দিলে। ব’ল্টৰ ধুমুহাত বিধ্বস্ত হৈ পৰিল ভাৰতীয় বেটাৰৰ দম্ভ।

মাত্ৰ ১১০ ৰাণতে ইনিংছ সামৰিলে টীম ইণ্ডিয়াই। ব’ল্টে দখল কৰিলে তিনিটাকৈ উইকেট। বিগত ১৮ বছৰে কোনো আইচিচি টুৰ্মামেন্টত ভাৰতে নিউজিলেণ্ডক পৰাজিত কৰিব পৰা নাই। দেওবাৰেও সেই পৰম্পৰা ৰক্ষা কৰিলে।

Also Read: Coronavirus Assam Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; মৃত্যু কিমানৰ?

টছত হাৰিয়েই যেন আত্মবিশ্বাস বহুখিনি হেৰুৱাই পেলাইছিল টীম ইণ্ডিয়াই। কিন্তু ভিলেইনৰ ৰূপত থকা নিয়ৰৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা নাছিল কোহলি বাহিনীৰ।

দেওবাৰে সূৰ্যকুমাৰৰ স্থানত লোৱা হৈছিল ইষান কিষানক। সেইদৰে ভুৱনেশ্বৰ কুমাৰৰ স্থানত আহিছিল শাৰ্দুল ঠাকুৰ। কিন্তু অশ্বিনক লোৱা বা পাণ্ডিয়াক জিৰণি দিয়াৰ কথা নাভাৱিলে।

আকৌ ৰোহিত শৰ্মাক তিনি নম্বৰত বেটিং কৰিবলৈ পঠাই নিজে চাৰি নম্বৰত নামিলে কোহলিয়ে। পিচে, সকলো পৰীক্ষা-নিৰীক্ষা অৱশেষত বিফল। টছ হৰাটোৱেই সকলো বিপৰ্যয়ৰ কাৰণ বুলি ভবাৰ বাহিৰে ভাৰতৰ ওচৰত নাই কোনো সান্তনাৰ পথ।

Also Read:প্ৰসিদ্ধ সাংবাদিক বৰুণ দাসগুপ্তাৰ ৮৬বছৰ বয়সত পৰলোকপ্ৰাপ্তি

দেওবাৰৰ মেচখনত পৰাজিত হোৱাৰ পাছত ভাৰতৰ বাবে অন্তিম চাৰিটা স্থান লাভ কৰাৰ সম্ভাৱনা আৰু জটিল হৈ পৰিল।

সংক্ষিপ্ত স্ক’ৰ:-     

ভাৰত: ১১০/৭ (হাৰ্দিক পাণ্ডিয়া-২৩, জাদেজা-২৬*)
নিউজিলেণ্ড: ১১১/২ (মিচেল-৪৯)
নিউজিলেণ্ড ৮ উইকেটে বিজয়ী

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd