• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BY-Election Result Live Update থাওৰাত বিজেপিৰ অগ্ৰগতি; ৰাইজৰ দলৰ স্থিতি কি?

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
November 2, 2021 10:31 am
Thaora result
3.4k
VIEWS
Share on FacebookShare on Twitter

BY-Election Result Live Update ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ভোট গণনা প্ৰক্ৰিয়া চলি আছে।

১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ভোটগণনা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে।

শেহতীয়া খৱৰ অনুসৰি, বিজেপিৰ সুশান্ত বৰগোঁহাইয়ে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ১০,০০০ তকৈয়ো অধিক ভোটত আগবাঢ়ি আছে।

পঞ্চম ৰাউণ্ডত সুশান্তই লাভ কৰিছে ৩৯৩৯ টা ভোট। এতিয়ালৈকে সুশান্ত বৰগোঁহাইয়ে লাভ কৰিছে ১৯৮৮৫টা ভোট।

ভোটগ্ৰহণ হৈ যোৱাৰ পাছত সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভৱা হৈছিল আৰু সেই অনুসৰি ভোটগণনাত এতিয়ালৈকে তাৰ কিছু প্ৰভাৱ স্পষ্ট দেখা গৈছে।

হাইপ্ৰফাইল থাওৰা সমষ্টিৰ পাঁচ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আজি ইভিএমে। সমষ্টিটোত বিজেপি দলৰ হৈ সুশান্ত বৰগোঁহাই,  কংগ্ৰেছ দলৰ মনোৰঞ্জন কোঁৱৰ,  চিপিআইৰ কৃষ্ণ গগৈ, ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰ আৰু নিৰ্দলীয় লোহিত গোৱালাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,১৫,৯৭১ টা। ইয়াৰে প্ৰায় ৭৭.৫৬ শতাংশই ভোটদান কৰিছিল।

থাওৰা সমষ্টিত পূৰ্বে পাঁচবাৰ কংগ্ৰেছৰ দখলত থকাৰ লগতে এবাৰ চিপিআই,  দুবাৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে এবাৰ বিজেপিয়ে দখল কৰিছিল।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd