• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ঘেঁহু ৰপ্তানিৰ অনুমোদন জনাবলৈ পাকিস্তানক অনুৰোধ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2021 8:09 am
India request to Pakistan to let trucks its wheat to Afghanistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ মাজেৰে স্থলপথৰ জৰিয়তে আফগানিস্তানলৈ খাদ্যশস্য প্ৰেৰণ কৰাৰ বাবে পাকিস্তানৰ অনুমোদন আহ্বান কৰিছে ভাৰতে।

অৱশ্যে উক্ত বিষয়টোত ইছলামাবাদে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই যদিও ভাৰতে তৎকালে সাহাৰ্যৰ চলাচল সংগঠিত কৰাৰ মানসেৰে পাকিস্তানৰ পৰা দ্ৰুত সঁহাৰিৰ আশা কৰিছে।

বিভিন্ন সময়ত ভাৰতে আফগানিস্তানৰ জনসাধাৰণলৈ মানৱীয় সাহাৰ্য প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক তালিবান শাসনক স্বীকৃতি প্ৰদানৰ পৰিণামৰ বিষয়ে চিন্তা কৰিবলৈ সতৰ্ক কৰি দিছে।

ভাৰত চৰকাৰে আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিক টন ঘেঁহু কঢ়িওৱা ট্ৰাকৰ চলাচলৰ অনুমতি দিয়াৰ বাবে অক্টোবৰত পাকিস্তানলৈ এটা মৌখিক টোকা প্ৰেৰণ কৰিছিল।

তালিবান শাসিত বিত্তীয় সংকটে আফগানিস্তানক পঙ্গু কৰি তুলিছে। দেশখনত খাদ্যৰ অভাৱ আসন্ন বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু চীন, তুৰস্কৰ দৰে কিছুমান দেশে যোৱা কেইসপ্তাহমানত আফগানসকলক খাদ্য বিতৰণ কৰা আৰম্ভ কৰিছে।

Apply Now

আফগান জনসাধাৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি ভাৰতেও আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিব বিচাৰে। কিন্তু ইমান বৃহৎ পৰিমাণৰ খাদ্য দ্ৰব্য বায়ু পৰিবহণৰ যোগেদি প্ৰেৰণ কৰা কঠিন বাবে ভাৰত স্থল পথ ব্যৱহাৰ কৰিব বিচাৰে আৰু সেই উদ্দেশ্যে স্থল পথ ব্যৱহাৰৰ অনুমতি বিচাৰি পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে।

ভাৰতীয় বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি ৫০,০০০ মেট্ৰিক টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে পাকিস্তানহৈ ৫,০০০ ট্ৰাক প্ৰেৰণ কৰিব লাগিব। ইছলামাবাদে প্ৰস্তাৱটো নিৰীক্ষণ কৰিছে যদিও এই পৰ্যন্ত পথ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা নাই।

ভাৰত মানৱীয় দৃষ্টিকোণেৰে আফগানিস্তানৰ জনসাধাৰণক সহায় কৰিবলৈ আগ্ৰহী আৰু পাকিস্তানৰ অনুমোদনে ভাৰতক আফগান জনসাধাৰণক সহায় কৰা ক্ষেত্ৰত পথ মুকলি কৰিব।

অৱশ্যে ভাৰতীয় অনুৰোধৰ প্ৰতি ৰাৱালপিণ্ডিৰ সঁহাৰি আৰু তালিবানৰ সাহাৰ্য গ্ৰহণ কৰাৰ ইচ্ছাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব।

ইতিমধ্যে তালিবানে মস্কো আৰু দোহাত ভাৰতীয় বিষয়াসকলৰ সৈতে হোৱা বাৰ্তালাপত ইংগিত দিছে যে তেওঁলোকে ভাৰতৰ পৰা সাহাৰ্য প্ৰাপ্ত কৰিবলৈ আগ্ৰহী। কিন্তু দুয়োখন দেশৰ মাজত সাহাৰ্য প্ৰেৰণৰ ক্ষেত্ৰত পাকিস্তানৰ সঁহাৰি প্ৰয়োজনীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd