• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবীত তিনিজন যুৱকৰ অভিনৱ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2018 3:44 pm
c9d1b63e-f76e-4ed5-90ca-f3b237707cb8
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ আজি লখিমপুৰ আৰু নগাঁৱৰ তিনিজন যুৱকে দিচপুৰ লাষ্টগেটত ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

যুবক তিনিজন হ’ল ক্ৰমে ক্ষীৰোদ শইকীয়া(লখিমপুৰ), অনুৰাগ বৰা(নগাওঁ) আৰু চাহাবা হাৰ্টী(নগাওঁ)।

Apply Now

চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্য্যন্ত যুৱক তিনিজনে অনিৰ্দিষ্টকালীন আমৰণ অনশন কৰিব বুলি জানিবলৈ দিয়ে।

যুৱক কেইজনৰ মাজৰে অনুৰাগ বৰাই নৰ্থ ইষ্ট নাওক কয় যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে আমি প্ৰচাৰ চলোৱাত বহুতে আমাক ধৰ্ষণকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ কোনেও কথাটোত গুৰুত্ব নিদিয়া হ’ল।‘

অনুৰাগে ধৰ্ষণকাৰীক কাপুৰুষ আখ্যা দি কয়,  ‘’দহ মাহ দহদিন মাতৃৰ গৰ্ভত থাকি ডাঙৰ-দীঘল হোৱাসকলে নাৰীৰ বিৰুদ্ধে এনেধৰণৰ দুষ্কাৰ্য্যমূলক কাম কৰা কাপুৰুষক আমি ধিক্কাৰ দিছো। লগতে তেওঁলোকক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছো।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে অনুৰাগ বৰাই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৮১ হেল্পলাইন নম্বৰটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি সদৰী কৰে। তেওঁ প্ৰশ্ন কৰে, ‘’এগৰাকী নাৰীক দুস্কৃতিকাৰীয়ে নিৰ্য্যাতন চলোৱাৰ সময়ত সেই নাৰীগৰাকীয়ে কোন সময়ত বেগৰ পৰা মোবাইল উলিয়াই ১৮১ নম্বৰ ডায়েল কৰিবলৈ সময় পাব।‘’

আনহাতে, যুৱকজনে চৰ-চাপৰি অঞ্চলত সন্দেহজনক লোকেৰে ভৰি থকা বুলি মন্তব্য কৰি কয় যে বৰ্তমান চৰ অঞ্চলত ভৰি পৰা সন্দেহজনক লোকসকলৰ উপদ্ৰবৰ ফলতে শিক্ষয়িত্ৰীসকলে সেই অঞ্চলসমূহত চাকৰি কৰিবলৈ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। মহিলা শিক্ষয়িত্ৰীসকলে সেই অঞ্চলসমূহত চাকৰি কৰিবলৈ শংকিত হৈ পৰে। লগতে তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনাই কয়, ‘’এই সন্দেহযুক্ত নাগৰিকসকলক আৰক্ষী-প্ৰশাসনৰ লোকৰ হতুৱাই সেই অঞ্চলসমূহৰ পৰা বহিস্কাৰ কৰি দিব লাগে।‘’

তিনিজনীয়া যুৱকৰ দলটোৰে ক্ষীৰোদ শইকীয়াই নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি ‘’প্ৰতিগৰাকী মাতৃ তথা বাই-ভনীৰ স্বাৰ্থত আমি আজি এই আমৰণ অনশন কাৰ্য্যসূচী হাতত লৈছো। আমি কোনো সংগঠনৰ বেনাৰৰ তলত থাকি এই প্ৰতিবাদ সাৱ্যস্ত কৰা নাই। প্ৰথম অৱস্থাত আমাক লাষ্টগেটত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল যদিও পিছত আমাৰ পৰা কাগজ-পাতি লৈ আমাক অনশন কৰাৰ বাবে অনুমতি প্ৰদান কৰে।‘’

তদুপৰি, যুৱককেইজনে আমাক জনায় যে তেওঁলোকৰ কেইজনমান ফেচবুকৰ বন্ধুৱে মিলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ বিশেষকৈ ছাত্ৰীসকলৰ বাবে সমৰকলা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে ছাত্ৰ একতা সভাৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁলোকে লগতে ছাত্ৰীসকলৰ বাবে সমৰকলা প্ৰশিক্ষণটো অন্যান্য পাঠ্যক্ৰমৰ দৰে বাধ্যতামূলক কৰিবৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd