• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিৰাট কোহলীৰ ৯ মহীয়া সন্তানক ধৰ্ষণৰ ভাবুকি দিয়া দুষ্কৃতিকাৰীক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 6:18 pm
Virat Kohli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট অধিনায়ক বিৰাট কোহলীৰ ৯ মহীয়া কন্যা সন্তানক ইণ্টাৰনেটত ধৰ্ষণৰ ভাবুকি দিয়া হায়দৰাবাদৰ এজন লোকক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে আটক কৰিছে।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ২৩ বছৰীয়া ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনী নামৰ লোকজনক ইতিমধ্যে হায়দৰাবাদৰ পৰা মুম্বাইলৈ অনা হৈছে। অভিযুক্ত শ্ৰীনিবাস এজন IIT স্নাতক।

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছত বিৰাট কোহলীৰ কন্যা সন্তানটিৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল।

পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ পাছতে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামিক ধৰ্মৰ ভিত্তিত ইণ্টাৰনেটত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ ধৰ্মোন্মাদ লোকে। তাৰ পিছতেই দলৰ অধিনায়ক কোহলীয়ে ছামিক ধৰ্মৰ দোহাই দি আক্ৰমণ কৰা সকলক সমালোচনা কৰিছিল।

এক সংবাদ মেলত কোহলীয়ে মন্তব্য কৰিছিল যে কাৰোবাক তেওঁলোকৰ ধৰ্মৰ ওপৰত আক্ৰমণ কৰাটো মানুহ হিচাপে কৰিব পৰা আটাইতকৈ শোচনীয় কাম। ধৰ্ম মানুহৰ ব্যক্তিগত বস্তু।

Apply Now

কোহলীৰ এই মন্তব্যৰ পাছতে ধৰ্মোন্মাদ এচামে কোহলীৰ পৰিয়াললৈ ভাবুকি প্ৰেৰণ কৰিছিল। কোহলীৰ ন মহীয়া কন্যা সন্তানটিক বলাৎকাৰৰ ভাবুকি দিয়া হৈছিল সামাজিক মাধ্যমত।

টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ধৰ্ষণৰ ভাবুকিৰ স্ক্ৰীণশ্বট প্ৰচাৰ হোৱাৰ পিছত একাউণ্টটো ভাৰতীয় ব্যৱহাৰকাৰীৰ নহয় বুলি পতিয়ন নিয়াব বিচৰা হৈছিল। কিন্তু বুমলাইভ নামৰ এটা চাইটে প্ৰতিবেদন দিছিল যে এই ভাবুকি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দিছিল যি আগতে @ramanheist নামেৰে টুইটাৰ ব্যৱহাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ পাকিস্তানী নাগৰিকৰ বুলি প্ৰমাণিত কৰিবলৈ হেণ্ডেলৰ নাম সলনি কৰি @criccrazyygirl কৰিছিল।

হেণ্ডেলৰ দ্বাৰা অতীতৰ টুইটবোৰ বিশ্লেষণ কৰি বুমলাইভে প্ৰতিবেদন দিছিল যে একাউণ্টটো এজন তেলেগু ভাষী ভাৰতীয় সোঁপন্থী ব্যৱহাৰকাৰীয়ে চলাইছিল, পাকিস্তানী নাগৰিকৰ দ্বাৰা নহয়।

ইয়াৰ পূৰ্বে দিল্লী মহিলা আয়োগে শিশুটোৰ বিৰুদ্ধে ধৰ্ষণৰ ভাবুকিৰ সন্দৰ্ভত দিল্লী আৰক্ষীক জাননী জাৰি কৰিছিল। দিল্লী আৰক্ষীৰ আৰক্ষী উপায়ুক্ত আৰু চাইবাৰ অপৰাধ শাখালৈ সম্বোধন কৰা এখন জাননীত আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয় যে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিল্লী মহিলা আয়োগে বিষয়টো স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd