• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত নহয়, আমেৰিকাত হিন্দু মন্দিৰ নিৰ্মাণকাৰী ভাৰতীয় শ্ৰমিকৰ ওপৰত কৰা হৈছে অকথ্য শোষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 7:00 pm
Swaminarayan Mandir Califarnia

কেলিফ'ৰ্ণিয়াত থকা স্বামীনাৰায়ন মন্দিৰ। ফটো: উইকিপিডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নহয় আমেৰিকাত হিন্দু মন্দিৰ নিৰ্মাণকাৰী ভাৰতীয় শ্ৰমিকৰ ওপৰত কৰা হৈছে অকথ্য শোষণ। কেৱল শোষণেই নহয় মন্দিৰ নিৰ্মাণৰত ভাৰতীয় শ্ৰমিকৰ ওপৰত অকথ্য বঞ্চনা কৰাৰো অভিযোগ উত্থাপন হৈছে।

স্মৰ্তব্য যে যোৱা মে’ মাহত বুচানৱাচী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সন্ত(BAPS) বিৰুদ্ধে অবৈধ মানৱ সৰবৰাহ আৰু মজুৰী আইন উলংঘা কৰাৰ এক ঘটনা পোহৰলৈ আহিছিল।

যোৱা মে’ত India Civil Watch International (ICWI) পিটিআইক দিয়া এক বিবৃতিত কোৱা হৈছিল মাৰ্কিন সংস্থা FBIৰ নেতৃত্বত চলোৱা অভিযানত প্ৰায় ২০০ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল।

Apply Now

ইয়াৰ পিছতে আমেৰিকাৰ এখন জিলা আদালতত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰটো পুনৰ সংশোধন কৰা হৈছে আৰু সংশোধিত গোটৰটোত প্ৰকাশ পাইছে এক ভয়াৱহ ছবি। 

বুধবাৰে প্ৰকাশ পোৱা নিউয়ৰ্ক টাইমছৰ এই সংক্ৰান্তীয় এক প্ৰতিবেদনে শ্ৰমিকৰ ওপৰত চলোৱা এই অকথ্য শোষণ আৰু বঞ্চনাৰ ভয়াৱহ ছবিখন পোহৰলৈ আনিছে।

প্ৰতিবেদনখনৰ মতে BAPSএ কেৱল নিউ জাৰ্ছীত বৃহদাকাৰ স্বামী নাৰায়ণ মন্দিৰ নিৰ্মাণৰ কামতে শ্ৰমিকক শোষণ আৰু বঞ্চনা কৰা নাছিল।

BAPS য়ে নিউ জাৰ্ছীৰ লগতে আটলাণ্টা, চিকাগো, হিউষ্টন আৰু লছ এঞ্জেলছ আদিত নিৰ্মাণৰত মন্দিৰত ভাৰতীয় শ্ৰমিকসকলৰ ওপৰতো শোষণ আৰু বঞ্চনা চলাই আহিছে।

আদালতত দাখিল কৰা সংশোধিত গোচৰটোৰ মতে BAPS য়ে ভাৰতীয় শ্ৰমিকসকলক মাহে মাত্ৰ ৪৫০ ড’লাৰতে কাম কৰিবলৈ বাধ্য কৰাইছিল।

যিসময়ত আমেৰিকাত শ্ৰমিকৰ প্ৰতিঘণ্টা মজুৰী ৭.২৫ ড’লাৰ সেই সময়ত BAPS য়ে ভাৰতীয় শ্ৰমিকসকলক ঘণ্টাই প্ৰতি মাত্ৰ ১.২ ড’লাৰত ১৩ ঘণ্টাকৈ কামত খটুৱাইছিল।

ইফালে BAPS ৰ বিৰুদ্ধে আন কেতবোৰ ভয়ংকৰ অভিযোগো উত্থাপন হৈছে। BAPS য়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন ভংগ কৰি ২০১৮ চনতে ভাৰতৰ পৰা ২০০তকৈ অধিক শ্ৰমিকক আমেৰিকালৈ নিছিল।

BAPS ৰ বিৰুদ্ধে অবৈধ শ্ৰমিক সৰবৰাহ, দাসত্ব, ষড়যন্ত্ৰ, আৰু বিদেশী শ্ৰমিক চুক্তিত জালিয়াতি কৰাৰ লগতে নিম্নতম মজুৰি পৰিশোধ নকৰা, ইমিগ্ৰেচন নথিপত্ৰ জব্দ কৰাকে আদি কৰি বহু অভিযোগ উত্থাপিত হৈছে।

BAPSৰ এই ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্ট্ৰ আইনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd