• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত চিকিৎসকৰ পুত্ৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, উদ্ধাৰ ড্ৰাগছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 7:08 pm
3 drug peddlers including doctor’s son arrested in Dibrugarh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে নিশা অসমৰ ডিব্ৰুগড়ৰ মিলন নগৰ অঞ্চলত ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা ১৯.৩৩ গ্ৰাম হিৰোইন জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীসকলক ৱাছিম আহমেদ, শ্যামপ্ৰীত দাস আৰু দীপ ডলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, শ্যামপ্ৰীত দাস ডিব্ৰুগড়স্থিত এজন চিকিৎসকৰ পুত্ৰ।

ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মিলন নগৰ আৰক্ষী চকীৰ অন্তৰ্গত কাংকন নগৰৰ দীপ ডলীৰ ভাড়াঘৰত অভিযান চলাই তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

“আমি তেওঁলোকক ডিব্ৰুগড় আৰক্ষী থানালৈ লৈ আহিছো আৰু জেৰা আৰম্ভ কৰিছো। তেওঁলোক ড্ৰাগছ সৰবৰাহকাৰী আৰু দীপ ডলীৰ ভাড়াঘৰৰ পৰা নেটৱৰ্ক চলাই আছে।” এজন আৰক্ষী বিষয়াই কয়।

নৰ্থইষ্ট নাওৰ সৈতে বাৰ্তালাপ কৰি ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুলাৰাম তেৰাঙে কয়, “ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ভাড়াঘৰত যুৱক-যুৱতীৰ উপস্থিতি সম্পৰ্কে আমি তথ্য লাভ কৰিছো।”

তেৰাঙে কয়, “ডিব্ৰুগড় আৰক্ষী থানাত ২১৮২/২১ ইউ/এছ ২২(খ) ২৫/২৭/২৯ NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

সূত্ৰ অনুসৰি সৰবৰাহকাৰী সকলে কিছুমান এজেণ্টৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিছিল আৰু সেইবোৰ বিক্ৰী কৰিছিল। তেওঁলোকে ড্ৰাগছ সেৱন কৰিছিল আৰু যুৱ শিক্ষাৰ্থীক ড্ৰাগছ বিক্ৰীৰ লক্ষ্য কৰি লৈছিল।

বিশেষ সূত্ৰ অনুসৰি ড্ৰাগছ ৰেকেটটো অসমত অতি সংগঠিত ভাৱে চলি আছে। ডিব্ৰুগড় ড্ৰাগছ ব্যৱসায়ৰ কেন্দ্ৰস্থল হৈ পৰিছে। গোটেই যোগান শৃংখলাটো ডিব্ৰুগড়ৰ পৰা কুখ্যাত ড্ৰাগছ চোৰাং ব্যৱসায়ীসকলৰ দ্বাৰা চলি আছে।

ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু তেওঁলোকৰ কিছুমানে জামিন লাভ কৰিছে আৰু কিছুমান এজেণ্টৰ সহায়ত গোপনে ৰেকেটটো চলাই আছে বুলিও সূত্ৰটোৱে লগতে কয়।

ডিব্ৰুগড়ৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহি শ্বেইখে এই ড্ৰাগছ ৰেকেটটো ডিব্ৰুগড়ৰ পৰা চলাই আহিছে। তেওঁ মহিলা আৰু শিশুসকলক বিভিন্ন অঞ্চললৈ ড্ৰাগছ সৰবৰাহ কৰাত নিয়োজিত কৰিছে বুলি সূত্ৰটোৱে সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd