• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Students run to the Govt. Schools ভাল খবৰ: লকডাউনেই আশীৰ্বাদ হ’ল চৰকাৰী বিদ্যালয়ৰ বাবে! পুনৰ সোঁত বৈছে শিক্ষাৰ্থীৰ

চাৰিবছৰ পুৰ্বে কৰা সমীক্ষা অনুসৰিয়েই বিনামূলীয়া কিতাপ বহী, মধ্যাহ্ন ভোজন অথবা বিনামূলীয়া সাজপাৰ যোগান ধৰাৰ অভিযোগ

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
November 16, 2021 12:54 pm
Govt. Schools

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Students run to the Govt. Schools ক’ভিডসৃষ্ট পৰিবেশ স্বাভাৱিক কৰিবলৈ চৰকাৰে হাতত লোৱা লকডাউন চৰকাৰী বিদ্যালয়ৰ বাবে হৈ পৰিল আৰ্শীবাদ স্বৰূপ। লকডাউনৰ পাছতেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ এতিয়া বহু শিক্ষাৰ্থীৰ সোঁত।

এই অভিমত যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ  অধ্যক্ষ ৰাজু শইকীয়াৰ l

লকডাউনৰ ফলত যেন পুনৰ প্ৰাণ পালে চৰকাৰী শিক্ষাখণ্ডত। স্বাভাৱিকতে  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসন একপ্ৰকাৰ ভাবুকি হৈ পৰিছিল চৰকাৰী শিক্ষাখণ্ডৰ বাবে।

Apply Now

আনকি বহু বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ অভাৱত তলা ওলমিলে আৰু বহু বিদ্যালয় গতি কৰিছিল মৃতপ্ৰায় অৱস্থালৈ।

কিন্তু বৰ্তমান তাৰ বিপৰীত ছবি। শিশুৰ কলকলনিত পুনৰ মুখৰিত হৈ পৰিছে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ।

ইপিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱালে নিজ সন্তানৰ ভৱিষ্যৎ গঢ়িব বুলি ভ্ৰান্ত ধাৰণা লৈ বহু অভিভাৱকে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সন্তানক নামভৰ্তি কৰিছিল।

Also Read: Raw Over Racist Comment ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত পুনৰ অসমীয়াকলৈ বৰ্ণবৈষম্যমূলক মন্তব্য; মুখ্যমন্ত্ৰীৰো প্ৰতিক্ৰিয়া

কিন্তু দীৰ্ঘদিনীয়া লকডাউনৰ প্ৰভাৱত অধিকাংশ শ্ৰমজীৱী অভিভাৱকৰ উপাৰ্জনত যতি পৰিল। মাহেকীয়া মাচুল দিবলৈ অপাৰগ হৈ পৰিল বহু অভিভাৱক। পৰিণতিত বাধ্য হৈয়ে উভতিছে চৰকাৰী বিদ্যালয়লৈ।

তদুপৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ দিনত মেধাৰ ভিত্তিত সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াই অভূতপূৰ্ব পৰিবৰ্তন আনিলে চৰকাৰী বিদ্যালয়লৈ।

চৰকাৰী বিদ্যালয়ত অধ্যয়নত শিক্ষাৰ্থীয়েহে শিক্ষাখণ্ডৰ বিভিন্ন আঁচনি বিনামূলীয়াকৈ যেনে মধ্যাহ্ন ভোজন,সাজপাৰ,কিতাপ পত্ৰ তথা জলপানি আদি লাভ কৰাৰ যি ব্যৱস্থা কৰিছে তাত অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী আকৰ্ষিত হৈছে।

কিন্তু চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সংখ্যা দৈনিক উৰ্ধ্বগামী হোৱাৰ বিপৰীতে সলনি হোৱা নাই আন্ত:গাঁথনি। একোটা সৰু কোঠাতে ৩০ৰ পৰা ৪০ জন ছাত্র-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰিব লগা হৈছে।

Also Read: Inspiration for Life ১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰেৰে চমক দিলে এইগৰাকী আইতাই

বহু বিদ্যালয়ৰ অভিযোগ যে  আজিও চৰকাৰী বিদ্যালয়সমূহত প্ৰায় চাৰিবছৰ পুৰ্বেই কৰা সমীক্ষা অনুসৰিয়েই যোগান ধৰি আহিছে বিনামূলীয়া কিতাপ বহী, মধ্যাহ্ন ভোজন অথবা বিনামূলীয়া সাজপাৰ। যাৰ পৰিণতিত চৰম সমস্যাত পৰিছে শিক্ষকসকল।

সেয়ে ন কৈ সমীক্ষা কৰি বিদ্যালয়সমূহত সা-সুবিধাবোৰ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী শিক্ষকসকলে। 

নিৰ্মলেন্দু পাঠক ,টীয়ক

নিৰ্মলেন্দু পাঠক ,টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd